Category Uncategorized

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ চৰকাৰৰ লগত ভাৰতৰ যি বন্ধুত্ব…

IIT GUWAHATI ৰ এটা বেয়া খবৰ

ক’ভিডৰ কালৰূপৰ বাবেই ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে দেশৰ শৈক্ষিক পৰিকাঠামো । মানসিকভাৱে ভাগি পৰিছে  শিক্ষাৰ্থী সকল। অনলাইন শিক্ষা ব্যৱস্থাই পূৰণ কৰিব পৰা নাই  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা। কিন্তু এই উদ্বেগজনক পৰিস্হিতিৰ মাজতে দেশৰ শিক্ষা ব্যৱস্থাটোৰ বাবে আহিছে এটা নেতিবাচক খবৰ।…

এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?

এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে…

বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক তৎপৰ হোৱাটোৱে পৰিলক্ষিত হৈছে ৷ দৰাচলতে…

কোভিশ্বিল্ড – কোভাক্সিনৰ মিশ্ৰণ কোভিড প্ৰতিৰোধত অধিক কাৰ্যকৰী

কোভাক্সিন আৰু কোভশ্বিল্ড প্ৰতিষেধকৰ মিশ্ৰণ কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক উপযোগী ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে ৷ আই চি এম আৰে প্ৰকাশ কৰা তথ্য অনুসৰি , ভেকছিনৰ দুটা ডোজৰ ক্ষেত্ৰত যদি এবাৰ…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ…

প্ৰশান্ত কিশোৰে কিয় পদত্যাগ কৰিলে ?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ আজি এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় -“আপোনাৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিলো ৷ এই দায়িত্বৰ পৰা মই অব্যাহতি বিচাৰিছো…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব , আকৌ ফুলগুৰিৰ ধেৱা হ’ব ৷ – গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয়…

ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷  

লাফিকুলক কোনে হত্যা কৰিছিল ?

এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ  নাম ৰাজহুৱা কৰিছে চি বি আয়ে । চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ’ল – ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী। এই তিনিওজন সম্প্ৰতি পলাতক অৱস্থাত আছে…