Investigative reporting with dedication.
ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷
Investigative reporting with dedication.

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷

এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে চি বি আয়ে । চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ’ল – ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী। এই তিনিওজন সম্প্ৰতি পলাতক অৱস্থাত আছে…

জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ ” ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা নাগৰিকৰ ওপৰত…

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে আন্দোলনত অংশগ্ৰহণ আপৰ। বিগত ১৮…

আজি উচ্চতম ন্যায়ালয়ে আইনজীৱি তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ(Contempt of Court) গোচৰৰ শুনানিত প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনি জনীয়া বিচাৰপীঠে দিয়া এই…

Former UGC Chairman inaugurates free Online NET Coaching by USTM Prof. Ved Prakash, former Chairman, UGC (India) today virtually inaugurated the free online NET coaching classes by USTM via a webinar meeting held over zoom app. Taking in view of…

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ’ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ কি সংকট…

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প – লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ’ল। ইয়াক মানৱৰ বিৰুদ্ধে “প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ” আখ্যা দিলেও বঢ়াই কোৱা নহ’ব। তৃতীয় বিশ্বযুদ্ধৰ কুচ-কাৱাজেৰে প্ৰায়ে চমক দিবলৈ চেষ্টা কৰি থকা পৃথিৱীৰ…

সম্পূৰ্ণ ক’ৰোনা মুক্ত হ’ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক’ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক’ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড। যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড চৰকাৰে।নিউজিলেণ্ড চৰকাৰৰ এই ঘোষণাৰ পিছতে বিশ্বজুৰি…

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৯৪…