Browsing Category
বিশ্ব
জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?
১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন…
Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰা সেই দিনটো
‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী…
১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?
আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে।
https://twitter.com/adgpi/status/1920033786571481439
ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল…
Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি
Nuclear power in Pakistan: পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমানৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক গঢ় দিছিল পাৰমানৱিক শক্তি। কেনেকৈ পাৰমানৱিক শক্তি হৈছিল পাকিস্তান ইয়াৰ আঁৰত আছে এক আশ্বৰ্যকৰ কাহিনী।…
সমালোচনাই সম্বিত ঘূৰালে ড’নাল্ড ট্ৰাম্পৰ
৯ এপ্ৰিলৰ মাজনিশাৰ পৰা বলৱৎ হৈছিল ড'নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত জাপি দিছিল অতিৰিক্ত শুল্ক। যাক লৈ সমগ্ৰ বিশ্বত দেখা দিয়ে অৰ্থনৈতিক অনিশ্চয়তা। বিশ্বৰ প্ৰায়বোৰ শ্বেয়াৰ…
ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’
‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷'
১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…
ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!
১ নৱেম্বৰ, ২০২৪ ৰ ঘটনা৷ চাৰ্বিয়া নামৰ দেশখনৰ নৱী চহৰৰ এটা ৰে’লৱে’ ষ্টেচনৰ ছাদ ভাঙি পৰে৷ এই দুৰ্ঘটনাত নিহত হয় ১৫ জন লোক৷ ভাৰতত হোৱা হ’লে এই ঘটনাক লৈ চাৰিদিন লাইভ সম্প্ৰচাৰ হ’লহেঁতেন, বিৰোধীয়ে বিভাগীয় মন্ত্ৰীৰ পদত্যাগ দাবী কৰিলেহেঁতেন, চৰকাৰে…
কৃত্ৰিম মেধাৰ নতুন যুগ! নেলা-জয়ৰ কাহিনীয়ে কি কথা কৈ গ’ল?
২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই…
ৰীলছৰ মায়াজালৰ পৰা নিজক কেনেকৈ মুক্ত কৰিব?
সুৰাৰ বটলত লিখা থাকে-সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ৷ তাৰপাছতো মানুহে সুৰাপান কৰে৷ চিগাৰেটৰ পেকেটত লিখা থাকে-ধুম্ৰপান কৰ্কটৰ কাৰণ৷ তাৰপাছতো মানুহে ধুম্ৰপান কৰে ৷ মোবাইলৰ স্ক্ৰীণত একো লিখা নাথাকে৷ তাৰপাছতো সময় অপচয় বুলি জানি-শুনিও মানুহে…
ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?
২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি।…