সলনি হ’ব চীনৰ ৰাষ্ট্ৰপতি?

কোন হ’ব চীনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? Xi Jinpingএ এৰিব ৰাষ্ট্ৰপতিৰ পদ!আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই আৰ্থিকভাৱে চীন বিশ্বৰ দ্বিতীয় বৃহৎ শক্তিশালী দেশ।।উল্লেখ্য যে চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ হাতত থাকে দেশ খনৰ আৰ্থিক ব্যৱস্থা নিয়ন্ত্ৰণৰ দায়িত্ব। ইয়াৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত প্ৰকাশ পাইছে বিশেষ খবৰ।…









