Browsing Category
বিশ্ব
সঘনাই কঁপিছে পৃথিৱী,ত্ৰস্তমান বিশ্ব
আফগানিস্তানৰ উত্তৰ পূব সীমান্তত মঙলবাৰে অনুভূত হয় এক ভয়ংকৰ কম্পন।প্ৰায় ৬.৫ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অঞ্চল জোঁকাৰি যায়।এই কম্পন পাকিস্তানৰ বিভিন্ন প্ৰান্ততো অনুভূত হয়।এটা অট্টালিকাৰ পঞ্চম মহলাত বসবাস কৰা এগৰাকী মহিলাই কয় ' সঁচাকৈয়ে এইটো…
সলনি হ’ব চীনৰ ৰাষ্ট্ৰপতি?
কোন হ'ব চীনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? Xi Jinpingএ এৰিব ৰাষ্ট্ৰপতিৰ পদ!আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই আৰ্থিকভাৱে চীন বিশ্বৰ দ্বিতীয় বৃহৎ শক্তিশালী দেশ।।উল্লেখ্য যে চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ হাতত থাকে দেশ খনৰ আৰ্থিক ব্যৱস্থা নিয়ন্ত্ৰণৰ দায়িত্ব।…
নিৰ্জন দ্বীপত এগৰাকীয়েই মহিলা …
এটা নিৰ্জন দ্বীপ ।দ্বীপটোত মাত্ৰ এগৰাকী মহিলা।নাই কোনো খেদ,নাই কোনো ভয়।তেওঁৰ নিজস্ব মত !সকলোতকৈ সুখী তেওঁ!কিন্তু কেনেকৈ?মহিলাগৰাকীৰ বিষয়ে জানিলে চকু কপালত উঠিব আপোনাৰ!
চাওক আমাৰ এই প্ৰতিবেদন...
নাম তেওঁৰ জিউলীয়া মানকা !ঘৰ ইটালীত…
‘ঋষি পত্নী’ক লৈ অসন্তুষ্ট ব্ৰিটেইন
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনকক লৈ বিতৰ্কৰ অন্ত নাই।শেহতীয়াকৈ দেশখনৰ আয়কৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ব্ৰিটেইনৰ জনতা৷তাৰ মাজতে আকৌ তেওঁৰ পত্নীক লৈ শেহতীয়াকৈ সাঙোৰ খাইছে তেওঁ আন এক বিতৰ্কত৷তেওঁৰ পত্নী অক্ষতা মূৰ্তি অলপতে অৱসৰ কটাবলৈ গোৱালৈ…
১০০ বাৰ কঁপিছিল তুৰস্ক
৬ ফেব্ৰুৱাৰী !বিশ্ব ইতিহাসৰ এক ক’লা দিন।সময় পুৱা ৪ বাজি ১৫ মিনিট।জনতাক জগালে এক ভয়ংকৰ জোঁকাৰণিয়ে নিদ্ৰামগ্ন জনতাই ভবাই নাছিল।সেই দিনটোতেই তেওঁলোকৰ সুখ নিদ্ৰাৰ অন্ত পৰিব। ভোকে -লঘোণে পাৰ কৰিব লাগিব অনাগত দিনবোৰ।হয়,দুখন দেশৰ জনতাৰ বাবে সেই…
স্বেচ্ছাচাৰী শাসকৰ ঘৃণনীয় ৰূপ !
দেশখনত চলিছে স্বেচ্ছাচাৰী শাসন।নিজৰ মতে একো কৰিব নোৱাৰিব জনতাই। ৰাখিব নোৱাৰিব নিজৰ পচন্দৰ নামো।এসপ্তাহৰ ভিতৰত সলাব লাগিব নাম।অন্যথা সন্মুখীন হ’ব গুৰুতৰ শাস্তিৰ।কোনে ক’ত কিয় দিছে এই নিৰ্দেশ?দেশখনত চলিছে একচত্ৰী নায়কৰ শাসন !শাসকে যি মন যায়…
প্ৰস্ৰাৱেহে ৰাখিছে প্ৰাণ
নিজৰ প্ৰস্ৰাৱ সেৱন কৰি তিনি দিন সোমাই থাকিল ধ্বংসস্তূপৰ মাজত।খাবলৈ একো নাই,হেঁচা মাৰি ধৰিছে ধ্বংসস্তূপে।উপায়হীন হৈ সেৱন কৰিছে নিজৰেই প্ৰস্ৰাৱ।ভূমিকম্পত তচনচ হোৱা তুৰস্কৰ প্ৰায়বোৰ চহৰ বৰ্তমান মৰিশালিলৈ ৰূপান্তৰিত হৈছে৷শিয়াল-শগুণে টানিছে…
লেপটপৰ পৰা অগ্নিকাণ্ড
ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৩০ মিনিটত সংঘটিত হৈছে এই ঘটনা।ছান ডিয়েগো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনত এজন যাত্ৰীৰ এটা লেপটপৰ বেটেৰীত জুই লাগে।লগে লগে বিমানখনৰ…
মৃত্যু উপত্যকালৈ পৰ্যবসিত ২খন দেশ
বিগত সোমবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ ভূমিকম্পত চকুৰ পলকতে তচনচ হৈ গ’ল তুৰস্ক আৰু ছিৰিয়া।৭.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্পই দেশখনৰ প্ৰায় ৫০% অঞ্চলৰ ক্ষতিসাধন কৰিছিল।তাৰপিছতো কমবেছি পৰিমাণে প্ৰায় শতাধিক জোকাৰণিৰ সন্মুখীন হৈছে দেশ দুখন।বিগত দুটা…
চাকৰি যাব ‘জুম’ৰ কৰ্মচাৰীৰ
কেইবাটাও বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানীয়ে ইতিমধ্যে নিজৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে।জুম ভিডিঅ’কমিউনিকেশ্যনে মঙলবাৰে মুঠ ১৩০০ কৰ্মচাৰী অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে।জুমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় 'বিগত কেইবা বছৰো ধৰি জুমে…