শ্ৰেণী বিশ্ব

অৰ্থনৈতিক মন্দাৱস্থা !

বিশ্বৰ অন্যতম জনপ্ৰিয় অনলাইন মাৰ্কেটিং চাইট এমাজনে ইয়াৰ মুঠ ১৮,০০০ কৰ্মচাৰীক চাটাই কৰিব কোম্পানীটোৰ পৰা।সমগ্ৰ বিশ্বত দেখা দিয়া অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ বাবেই এমাজনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছীয়ে।উল্লেখযোগ্য যে…

মেক্সিকোত অঘটন

মেক্সিকোৰ কাৰাগাৰত এজন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত কাৰাগাৰখনৰ ১০ জন গাৰ্ড আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।চিহোৱাহোৱা ষ্টেট প্ৰজিকিউটৰ গৰাকীৰ মতে দেওবাৰে পুৱা ৭ বজাত এক গাড়ী অস্ত্ৰশস্ত্ৰ লৈ কাৰাগাৰৰ সন্মুখত উপস্থিত হৈছিল এখন গাড়ী।বন্দুকধাৰী ব্যক্তিজনে কাৰাগাৰৰ সন্মুখত ঠিয় হৈ যধেমধে…

ক’ত কি হ’ল ক্ৰীড়া জগতত?

প্ৰতিবেদন- কাকলি বৰগোহাঁইৰ ২ টা বছৰ ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাই সমগ্ৰ বিশ্বই নতুন আশা লৈ আকোঁৱালি লৈছিল ২০২২চনক। চাওঁতে চাওঁতে ২০২২ চনেও মেলানি মাগিবলৈ কেইটামান মুৰ্হুত বাকী।আহিছে নতুন এটা বৰ্ষ ২০২৩। ২০২২ চনৰ বিদায়ৰ প্ৰাকক্ষণত দ্য ক্ৰছকাৰেণ্টৰ সমূহ দৰ্শকলৈ…

বিদায় ‘ক’লা হীৰা’…

কেৱল ক্ৰীড়া জগতৰে নহয় সমগ্ৰ বিশ্বৰে জীৱন্ত কিংবদন্তি পেলেৰ দেহাৱসান । জীৱন যুদ্ধত হাৰ মানিলে মহাতাৰকা পেলেই ।লগে লগে অন্ত পৰিল এক সোণালী যুগৰ ।মহান ফুটবল খেলুৱৈ পেলে আৰু নাই এই পৃথিৱীত।মানি ল’বলৈ কঠিন যদিও এয়াই সত্য। এটা সময় আছিল…

সাৰ্বভৌমত্ব মানিলেহে শান্ত হ’ব ৰাছিয়া

বৃহস্পতিবাৰে পুৱাই ৰাছিয়াই ড্ৰোণেৰে আক্ৰমণ আৰম্ভ কৰে ইউক্ৰেইনৰ প্ৰধান চহৰ কিভ,এলভিভত।ইউক্ৰেইনৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘বায়ু আৰু সমুদ্ৰ দুয়ো পৃষ্ঠৰ পৰা মিছাইলেৰে আক্ৰমণ চলাই য’ত অত্যন্ত উচ্চ প্ৰযুক্তিসম্পন্ন এয়াৰক্ৰাফট আৰু জাহাজ প্ৰয়োগ হৈছে।’ৰাছিয়াই এই আক্ৰমণত ইউক্ৰেইনৰ প্ৰধান তথা…

কাহৰ ঔষধ হ’ব পাৰে মৃত্যুৰ কাৰণ

ভাৰতত তৈয়াৰী কাহৰ ঔষধ খায় মৃত্যুক সাৱটিছে শিশুৱে৷উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।নয়ডাত অৱস্থিত মেৰিয়ন বায়’টেক ৰ দ্বাৰা উৎপাদিত কাহৰ ঔষধ ডক-ওৱান মেক্স সেৱন কৰি উজবেকিস্তানৰ মুঠ ১৮ টাকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে।উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাত…

ক’ভিড শেষ চীনত ?

মাস্ক পিন্ধি কৰ্মস্থলীলৈ চীনা লোক চীনত ঘূৰি আহিছে স্বাভাৱিক অৱস্থা ৰাজপথত লানি লাগিছে গাড়ীৰছাংহাই আৰু বেইজিং চহৰত মাস্ক পৰিধান কৰা লোকৰ লানি লাগিছে৷সোমবাৰে দুয়োখন চহৰৰ মাজত চলা ৰে’লবোৰৰ আসন সম্পূৰ্ণ যাত্ৰীৰে পৰিপূৰ্ণ দেখা গৈছে৷ উল্লেখ্য যে ক’ভিডৰ মূল উৎপত্তিস্থল চীনত…

‘The Bikini Killer’খ্যাত চাৰ্লছ শোভৰাজৰ ক’লা অধ্যায়ৰ কিছু কাহিনী

দ্য চাৰপেন্ট-দ্য কিলাৰ, দ্য গ্ৰেট এছকেপ-The great escape, দ্য চাৰপেন্ট-The serpent, দ্য হোক- The hawk...চাৰ্লছ শোভৰাজৰ ক'লা অধ্যায়ৰ কিছু কাহিনী

চীনত সংহাৰী ৰূপ ক’ভিডৰ

ক’ভিডৰ নতুন শক্তিশালী ভেৰিয়েন্ট BF.7 ৷ BF.7 ভেৰিয়েন্টৰ দ্বাৰা এবাৰতে সংক্ৰমিত হ’ব পাৰে ১৮ জনকৈ লোক। চীনত ক’ভিডৰ শক্তিশালী নতুন ভেৰিয়েন্টৰ সংহাৰ আৰম্ভ হৈছে ।এজন ৰোগীৰ পৰা সংক্ৰমিত হৈছে ১৮ জনকৈ লোক!কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবালবৃদ্ধবনিতা সকলো আক্ৰান্ত…

পিতৃক গুৰু মানি বিশ্বনায়ক হ’ল মেছি

লিঅ’নেল আন্দ্ৰেছ মেছিয়ে খেলিবলৈ আৰম্ভ কৰিছিল দেউতাকৰ ক্লাবৰ পৰা।ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবেই নিজ দেশ এৰিছিল মেছীয়ে।তেওঁ আৰ্জেণ্টিনা ফুটবলৰ ৰাজপুত্ৰ মহাতাৰকা লিঅ’নেল আন্দ্ৰেছ মেছি ।দেউতাকৰ ক্লাবৰ পৰা প্ৰথমখন ফুটবল মেচ খেলা, ফুটবলৰ বাবে নিজ দেশ এৰি অসুস্থতাৰ সৈতে যুঁজ দিয়া…