Category বিশ্ব

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…

জনসংখ্যা বাঢ়িছে মুছলমানৰ

শেহতীয়াকৈ ব্ৰিটেইনত কৰা এক লোকপিয়ল অনুসৰি এই তথ্য পোহৰলৈ আহিছে যে এদিন বিশ্ব শাসন কৰা খ্ৰীষ্টান দেশ তথা ইংলেণ্ডত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা । আশ্চৰ্যজনক ভাৱে হ্ৰাস পাইছে খ্ৰীষ্টান ধৰ্মালম্বীৰ সংখ্যা। মাত্ৰ ব্ৰিটেইনতেই নহয় ক্ৰমান্বয়ে বিশ্বত দ্ৰুত গতিত বৃদ্ধি পাইছে…

২০২৩ ত বিপদত ভাৰত !

২০২৩ চনটো ভাৰতৰ বাবে হয়তো চিন্তা আৰু উদ্বেগৰ বৰ্ষ হ’ব।কিয়নো চীন বৰ্তমান আমেৰিকাৰ ওপৰত ক্ষুদ্ধ৷কিন্তু আমেৰিকাক বলে নোৱাৰা শিল বুলি ভাৱে চীনে৷সেয়ে যুদ্ধ তথা আক্ৰমণপিপাসু চীনে হয়তো হিমালয়ৰ পাদ দেশবোৰলৈ চকু দিব অতি শীঘ্ৰে।আমেৰিকা আৰু চীন -দুয়োখন দেশৰ মাজত কোন…

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ !

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ ! কাঢ়ি ল’লে পাছপোৰ্ট সামাজিক মাধ্যমত লিখি বিপদত চলচ্চিত্ৰ নিৰ্মাতা গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে৷ ‘এ…

ফে’চবুকৰ পৰা ঠিকনা আঁতৰালেনে?

সলনি হ’ব ফে’চবুক ! প্ৰফাইলত থাকিব নোৱাৰিব ৪ টা বিষয় ! প্ৰ’ফাইলৰ পৰা আঁতৰাব লাগিব সেই ৪ টা বিষয় !১ ডিচেম্বৰৰ আগতেই আঁতৰাওক এই চাৰিটা বিষয়ৰ তথ্য।কি এই ৪ টা বিষয় ? ধৰ্ম,আসক্তি,ৰাজনৈতিক আদৰ্শ ,ঠিকনা আদিৰ দৰে ব্যক্তিগত তথ্য থাকিব…

 ‘চামচাগিৰি’ৰে অভিলেখ ৰচিছে ভাৰতীয় সংবাদমাধ্যমে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত আমেৰিকাৰ ইউনিভাৰ্চিটি অব মিছিগানে গবেষণা ভিত্তিক এক তথ্য প্ৰকাশ কৰিছে৷ বিভিন্ন ৰাজনৈতিক নেতা,ৰাজনৈতিক বিশ্লেষক,বুদ্ধিজীৱিয়ে সামাজিক মাধ্যমত আপলোড কৰা তথ্যৰ উৎস,টুইটাৰৰ টুইট,ৰিটুইট আদিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত এই প্ৰতিবেদন প্ৰকাশ…

ভাৰতীয় সংবাদ মাধ্যমৰ মুখত চূণ সানিলে আফগান মুখপাত্ৰই

তালিবান শাসকে আফগান মহিলাৰ অত্যাচাৰৰ বিষয়ে প্ৰশ্ন কৰাত দিলে গুজৰাটৰ উদাহৰণ।উল্লেখ্য যে উপযুক্ত ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে আফগানিস্তানৰ বাদকচান বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰাপত্তা ৰক্ষীয়ে প্ৰহাৰ কৰিছিল সোমবাৰে।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বাল্খীয়ে ভাৰতৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দুটা ভিডিঅ’ পঠিয়াই…

সাৱধান !ধ্বংসৰ মুখলৈ পৃথিৱী !

পৃথিৱীত প্ৰচণ্ড জোৰত খুন্দা মাৰিবলৈ আহি আছে প্লেনেট কিলাৰ! পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড উল্কাপিণ্ড! প্ৰচণ্ড বেগত পৃথিৱীত খুন্দা মাৰিব এই প্লেনেট কিলাৰে! হিৰোচিমাত ঘটা বিস্ফোৰণকৈও ৩৬ গুণ ভয়ংকৰ হ’ব উল্কাপিণ্ডটোৰ খুন্দা! পৃথিৱীক এক প্ৰচণ্ড খুন্দা মাৰিবলৈয়ে যেন পৃথিৱীৰ…

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ছিলভাক অভিনন্দন জনাই টুইটত লিখিছে “ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপোনাক অভিনন্দন। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অটুত আৰু অধিক মজবুত কৰাৰ বাবে আমি আপোনাৰ সহযোগিতা বিচাৰিছোঁ।”ছিলভাই…

বিস্ফোৰণত নিহত শতাধিক

ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গ’ল ১০০ জনৰ,আহত ৩০০৷ ছোমালিয়াৰ মুগাডিছুত সংঘটিত হৈছে কাৰ বোমা বিস্ফোৰণ৷ শনিবাৰে দেশখনৰ শৈক্ষিক চহৰ মুগাডিছুত সংঘটিত হয় এই ঘটনা৷” আমাৰ যিসকল লোকে প্ৰাণ হেৰুৱালে সেইসকলৰ সৰহসংখ্যকেই মাতৃ আৰু শিশু ৷ তদুপৰি যথেষ্টসংখ্যক ছাত্ৰছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে”-এনেদৰে কয়…