সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সহযোগ

‘দ্য ক্ৰছকাৰেন্টে’ সদায় সংবাদ মাধ্যমৰ স্বাধীনতাত বিশ্বাস কৰে৷ চৰকাৰ আৰু পুঁজিপতি ব্যৱসায়ীৰ প্ৰভাৱৰ পৰা মুক্ত স্বতন্ত্ৰ সংবাদ মাধ্যমেহে শুদ্ধ আৰু সঠিক খবৰ যোগান ধৰিব পাৰে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ স্বাধীন বুলি বিশ্বাস কৰি অহা সংবাদ মাধ্যমো শেহতীয়াকৈ চৰকাৰী দমনৰ সন্মুখীন হৈছে ৷ অসমৰ প্ৰতিগৰাকী দৰ্শক – পঢ়ুৱৈয়ে নিশ্চয় এই কথা অনুভৱ কৰিব পাৰিছে ৷

সংবাদ মাধ্যমলৈ নামি অহা এই ভয়াৱহ দুৰ্যোগৰ সময়তো আমি ‘দ্য ক্ৰছকাৰেন্টে ‘ নিৰ্ভীকভাৱে সঠিক খবৰ , নিৰপেক্ষ বিশ্লেষণ আৰু অনুসন্ধানমূলক প্ৰতিবাদন যুগুত কৰিবলৈ চেষ্টা কৰি আহিছো ৷ আমাৰ সৰু নিউজৰুমৰ পৰা আমাৰ সাধ্যানুসাৰে প্ৰতিবেদনসমূহ সময়মতে যুগুত কৰাৰ চেষ্টা কৰি আহিছো ৷ কিন্তু স্বাধীন আৰু স্বতন্ত্ৰ হৈ থকাৰ প্ৰথম চৰ্তটোৱে হ’ল আৰ্থিকভাৱে স্বাবলম্বী হৈ থকা ৷ চৰকাৰ আৰু বৃহৎ পুঁজিপতিৰ পৰা সহায় নোলোৱাকৈ স্বতন্ত্ৰ হৈ থাকিবলৈ সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –

- Donation -