Browsing Category
বিশ্ব
আকৌ লকডাউন ?
পুনৰ লকডাউনৰ কবলত এখন দেশ।এক সংক্ৰামক ৰোগ প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ।এটা মাহত মৃত্যু হৈছে ১৯ জনৰ । হয়,এখন ৰাষ্ট্ৰই পুনৰ লকডাউন ঘোষণা কৰিছে। ক’ভিডৰ বাবে নহয়,ইবলাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এনে পদক্ষেপ লৈছে দেশখনে। উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়’ৱেৰী…
নাও দুৰ্ঘটনাত মৃত্যু ৮ কিশোৰৰ
ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ টি কিশোৰৰ,সন্ধান নাই ৩ জনৰ | কম্বোডিয়াৰ মেকং নদীত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা | নদীৰ পাৰ পাবলৈ আৰু মাত্ৰ ৫০ মিটাৰ থাকোতেই জোখতকৈ অধিক যাত্ৰী কঢ়িওৱা নাওখন ডুব যায় ৷কম্বোডিয়াৰ কন্দল প্ৰভিন্সৰ মেকং নদীত এই শোকাৱহ…
জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩
জটিল অৰ্থনীতিৰ বৰ্ষ হ'ব ২০২৩
এসাঁজ খালে আনসাঁজৰ বাবে চিন্তা হ’ব অহা বৰ্ষত | উন্নয়নৰ হাৰ হ্ৰাস হোৱাৰ
বিপৰীতে বাঢ়িব মুদ্ৰাস্ফীতি | ২০২৩ চনত মুদ্ৰাস্ফীতিৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাব ৷
এই সতৰ্কবাণী আমাৰ নহয়,আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা…
ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ
ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ , অপৰাধ সাম্ৰাজ্যত এতিয়াও অবিসম্বাদী ডাউদ | ডাউদৰ সহযোগীয়ে পিলপিলাই ফুৰিছে ভাৰতত | মুম্বাই অপৰাধ শাখাই মঙলবাৰে ডাউদ ইব্ৰাহিমৰ ৫ গৰাকী সহযোগীক আটক কৰে ৷ গেংষ্টাৰ চোটা চাকিলৰ সহযোগী চেলিম ফ্ৰুইটক মুম্বাই আৰক্ষীয়ে…
১০ বছৰ বিৰতিত পাকিস্তানত মালালা
১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী - জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত | সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে |
জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও…
সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম !
সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব
পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম ! জুই-পানী নিষিদ্ধ কৰক মুছলমানক !
মাছ-মাংস নিকিনিব,শাক পাচলি নিকিনিব৷
বিজেপি সাংসদ পাৰভেজ চাহিব সিং বাৰ্মাই মুছলমানক সম্পূৰ্ণভাৱে ত্যাগ কৰিবলৈ…
৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক
৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ
ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক
মনে সজা কাহিনীৰ আপলোড বন্ধ কৰাৰ আহ্বান
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউবৰ পৰা ৪৫ টা ভিডিঅ’ ডিলিট কৰিবলৈ নিৰ্দেশ দিছে৷
মুঠ ১০ টা চেনেলৰ পৰা এই ৪৫ টা ভিডিঅ’…
বিত্তীয় সংকট: পদত্যাগ বিত্তমন্ত্ৰীৰ !
শ্ৰীলংকাৰ দৰেই হ’ব নেকি পাকিস্তানৰ?
গভীৰ বিত্তীয় সংকটত পাকিস্তান !
পদত্যাগ বিত্তমন্ত্ৰীৰ
৪ বছৰত ৫ জন বিত্তমন্ত্ৰী,কিন্তু অৰ্থনীতি একেই থাকিল দেশখনৰ
পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফটাহ
ইছমাইলে পদত্যাগ কৰিছে৷
দেওবাৰে মৌখিকভাৱে পদত্যাগ…
দাড়ি-চুলি কাটি অত্যাচাৰ শিখক
তালিবানৰ অত্যাচাৰত ত্ৰাহিমধুসূদন সোঁৱৰিছে শিখে
৫৫ শিখ আহি ভাৰতত উপস্থিত
আফগানিস্থানৰ গুৰুদ্বাৰত সঘনাই সংঘটিত বিস্ফোৰণ তথা আক্ৰমণৰ পিছত দেশখনত থকা সংখ্যালঘু শিখসকল ভাৰতলৈ উভতি আহিছে৷
আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পিছত দেশখনত সৃষ্টি হোৱা…
ইৰাণৰ আকাশত মুক্তিৰ গান ইৰাণৰ ৰাজপথত আকৌ মহিলা
ইৰাণৰ ৰাজপথৰ কঁপাই তুলিছে প্ৰতিবাদী মহিলাই। বতাহত উৰুৱাই দিছে হিজাব। প্ৰতিবাদী শ্লোগান, বেনাৰ, পোষ্টাৰ ইৰাণৰ ৰাজপথে ৰাজপথে। কাৰণ ইছলামিক সেনাৰ নিৰ্বিচাৰ অত্যাচাৰত ২২ বছৰীয়া মহসা আমিনীৰ মৃত্যু। মহসাৰ হেনো ভুল আছিল যে তেই সঠিক ধৰণেৰে হিজাব…