সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

মেক্সিকোত অঘটন

মেক্সিকোৰ কাৰাগাৰত এজন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত কাৰাগাৰখনৰ ১০ জন গাৰ্ড আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।চিহোৱাহোৱা ষ্টেট প্ৰজিকিউটৰ গৰাকীৰ মতে দেওবাৰে পুৱা ৭ বজাত এক গাড়ী অস্ত্ৰশস্ত্ৰ লৈ কাৰাগাৰৰ সন্মুখত উপস্থিত হৈছিল এখন গাড়ী।বন্দুকধাৰী…

ক’ত কি হ’ল ক্ৰীড়া জগতত?

প্ৰতিবেদন- কাকলি বৰগোহাঁইৰ ২ টা বছৰ ক'ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাই সমগ্ৰ বিশ্বই নতুন আশা লৈ আকোঁৱালি লৈছিল ২০২২চনক। চাওঁতে চাওঁতে ২০২২ চনেও মেলানি মাগিবলৈ কেইটামান মুৰ্হুত বাকী।আহিছে নতুন এটা বৰ্ষ ২০২৩। ২০২২ চনৰ বিদায়ৰ প্ৰাকক্ষণত দ্য…

বিদায় ‘ক’লা হীৰা’…

কেৱল ক্ৰীড়া জগতৰে নহয় সমগ্ৰ বিশ্বৰে জীৱন্ত কিংবদন্তি পেলেৰ দেহাৱসান । জীৱন যুদ্ধত হাৰ মানিলে মহাতাৰকা পেলেই ।লগে লগে অন্ত পৰিল এক সোণালী যুগৰ ।মহান ফুটবল খেলুৱৈ পেলে আৰু নাই এই পৃথিৱীত।মানি ল'বলৈ কঠিন যদিও এয়াই সত্য। এটা সময় আছিল যাৰ দুভৰিৰ…

সাৰ্বভৌমত্ব মানিলেহে শান্ত হ’ব ৰাছিয়া

বৃহস্পতিবাৰে পুৱাই ৰাছিয়াই ড্ৰোণেৰে আক্ৰমণ আৰম্ভ কৰে ইউক্ৰেইনৰ প্ৰধান চহৰ কিভ,এলভিভত।ইউক্ৰেইনৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি 'বায়ু আৰু সমুদ্ৰ দুয়ো পৃষ্ঠৰ পৰা মিছাইলেৰে আক্ৰমণ চলাই য’ত অত্যন্ত উচ্চ প্ৰযুক্তিসম্পন্ন এয়াৰক্ৰাফট আৰু জাহাজ…

কাহৰ ঔষধ হ’ব পাৰে মৃত্যুৰ কাৰণ

ভাৰতত তৈয়াৰী কাহৰ ঔষধ খায় মৃত্যুক সাৱটিছে শিশুৱে৷উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।নয়ডাত অৱস্থিত মেৰিয়ন বায়’টেক ৰ দ্বাৰা উৎপাদিত কাহৰ ঔষধ ডক-ওৱান মেক্স সেৱন কৰি উজবেকিস্তানৰ মুঠ ১৮ টাকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে।উজবেকিস্তানৰ…

ক’ভিড শেষ চীনত ?

মাস্ক পিন্ধি কৰ্মস্থলীলৈ চীনা লোক চীনত ঘূৰি আহিছে স্বাভাৱিক অৱস্থা ৰাজপথত লানি লাগিছে গাড়ীৰছাংহাই আৰু বেইজিং চহৰত মাস্ক পৰিধান কৰা লোকৰ লানি লাগিছে৷সোমবাৰে দুয়োখন চহৰৰ মাজত চলা ৰে’লবোৰৰ আসন সম্পূৰ্ণ যাত্ৰীৰে পৰিপূৰ্ণ দেখা গৈছে৷ উল্লেখ্য…

চীনত সংহাৰী ৰূপ ক’ভিডৰ

ক'ভিডৰ নতুন শক্তিশালী ভেৰিয়েন্ট BF.7 ৷ BF.7 ভেৰিয়েন্টৰ দ্বাৰা এবাৰতে সংক্ৰমিত হ'ব পাৰে ১৮ জনকৈ লোক। চীনত ক'ভিডৰ শক্তিশালী নতুন ভেৰিয়েন্টৰ সংহাৰ আৰম্ভ হৈছে ।এজন ৰোগীৰ পৰা সংক্ৰমিত হৈছে ১৮ জনকৈ লোক!কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবালবৃদ্ধবনিতা…

পিতৃক গুৰু মানি বিশ্বনায়ক হ’ল মেছি

লিঅ’নেল আন্দ্ৰেছ মেছিয়ে খেলিবলৈ আৰম্ভ কৰিছিল দেউতাকৰ ক্লাবৰ পৰা।ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবেই নিজ দেশ এৰিছিল মেছীয়ে।তেওঁ আৰ্জেণ্টিনা ফুটবলৰ ৰাজপুত্ৰ মহাতাৰকা লিঅ'নেল আন্দ্ৰেছ মেছি ।দেউতাকৰ ক্লাবৰ পৰা প্ৰথমখন ফুটবল মেচ খেলা, ফুটবলৰ বাবে নিজ…

নাখায়ো,নুশুৱেও,বেমাৰো নহয় চীনা সৈন্যৰ !

২০১২ চনৰ কথা। দুগৰাকী বৈজ্ঞানিক ক্ৰমে ইমানুৱেল চাৰ্পে আৰু জেনিফাৰ ডৌদনাই এক নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছিল।সেই প্ৰযুক্তিৰ নাম আছিল 'ক্ৰিছপাৰ'।এই মহিলা দুগৰাকীয়ে দাবী কৰিছিল যে মানুহৰ ডিএনএ ক্ৰিছপাৰৰ জৰিয়তে সলনি কৰিব পাৰি।এনেদৰে ডিএনএ সলনি…