সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ক্ৰীড়া

গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন

এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড়…

২৫ অক্টোবৰৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতা

ওদালগুৰিত জিলা ক্ৰীড়া সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত ২৮ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম গ'ল্ড কাপ ফুটবল টুৰ্ণামেণ্টখন ২৫ অক্টোবৰৰ পৰা ওদালগুৰিৰ নলবাৰী খেলপথাৰত আৰম্ভ হ'ব। সোমবাৰে উদ্যোক্তা ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক…

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট…

ICC লৈ পঠিয়াওক সৌৰভ গাংগুলীক

জয় শ্বাহক ৰাখি,গাংগুলীক আঁতৰোৱাটো অন্যায় ।গাংগুলী আমাৰ গৌৰৱ-মন্তব্য মমতা বেনাৰ্জীৰ।সৌৰভ গাংগুলীক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ পঠিওৱাৰ আহ্বান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি এই আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।…

জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে ধোনী

এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিব দক্ষিণৰ চিনেমা । ধোনীয়ে খুলিছে নিজৰ প্ৰডাকচন হাউচ । বিহাৰৰ হৈ খেলি কেৰিয়াৰ আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনী এতিয়া বিশ্ববিখ্যাত ক্ৰিকেটাৰ । এটা দশক নৌহওঁতেই ৰাঁচীক অৰ্থাৎ বৰ্তমানৰ ঝাৰখণ্ডক বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত স্থান…

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে সমগ্র বিশ্ববাসীকে হতভম্ব কৰি ঘোষণা কৰিলে এই সিদ্ধান্ত। উল্লেখ্য যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম…

মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান

'গ্ৰেট খলী' মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান। আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে মল্লযোদ্ধাগৰাকীয়ে। দলীপ সিং ৰাণা এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, কুস্তি প্ৰচাৰক আৰু অভিনেতা। তেওঁক ডাব্লিউডাব্লিউইত দ্য…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ'বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ…

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই…

ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে

বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ'ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক'ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ…