টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

Share This Article

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই অৱসৰৰ কথা ঘোষণা কৰে টেনিছ খেলুৱৈগৰাকীয়ে। ছানিয়াই অৱসৰ ঘোষণা কৰি কয়, “যিহেতু মোৰ বয়স হৈছে সেইবাবে মই সুস্থ হৈ উঠাত বহুত সময় লাগে। মই ভাবো মোৰ শৰীৰ এতিয়া সম্পূৰ্ণ ফিট হৈ থকা নাই, মাতৃ হিচাপে এতিয়া মই মোৰ দায়িত্ব পালন কৰি যাব বিচাৰোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.