সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান।
উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ বিৰুদ্ধে চীনা কমিউনিষ্ট পাৰ্টিয়ে কৰা মানৱ অধিকাৰ উলংঘনৰ প্ৰতিবাদত এই শীতকালীন অলিম্পিক বহিস্কাৰ কৰে দেশসমূহে।
গুৰুত্ত্বপূৰ্ণ যে ভাৰতবৰ্ষৰ প্ৰতিবাদকাৰী সকলেও আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিব।

Leave A Reply

Your email address will not be published.