সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

 ‘চামচাগিৰি’ৰে অভিলেখ ৰচিছে ভাৰতীয় সংবাদমাধ্যমে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত আমেৰিকাৰ ইউনিভাৰ্চিটি অব মিছিগানে গবেষণা ভিত্তিক এক তথ্য প্ৰকাশ কৰিছে৷ বিভিন্ন ৰাজনৈতিক নেতা,ৰাজনৈতিক বিশ্লেষক,বুদ্ধিজীৱিয়ে সামাজিক মাধ্যমত আপলোড কৰা তথ্যৰ উৎস,টুইটাৰৰ…

ভাৰতীয় সংবাদ মাধ্যমৰ মুখত চূণ সানিলে আফগান মুখপাত্ৰই

তালিবান শাসকে আফগান মহিলাৰ অত্যাচাৰৰ বিষয়ে প্ৰশ্ন কৰাত দিলে গুজৰাটৰ উদাহৰণ।উল্লেখ্য যে উপযুক্ত ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে আফগানিস্তানৰ বাদকচান বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰাপত্তা ৰক্ষীয়ে প্ৰহাৰ কৰিছিল সোমবাৰে।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ…

সাৱধান !ধ্বংসৰ মুখলৈ পৃথিৱী !

পৃথিৱীত প্ৰচণ্ড জোৰত খুন্দা মাৰিবলৈ আহি আছে প্লেনেট কিলাৰ! পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড উল্কাপিণ্ড! প্ৰচণ্ড বেগত পৃথিৱীত খুন্দা মাৰিব এই প্লেনেট কিলাৰে! হিৰোচিমাত ঘটা বিস্ফোৰণকৈও ৩৬ গুণ ভয়ংকৰ হ'ব উল্কাপিণ্ডটোৰ খুন্দা! পৃথিৱীক এক প্ৰচণ্ড…

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ছিলভাক অভিনন্দন জনাই টুইটত লিখিছে “ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপোনাক অভিনন্দন। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অটুত আৰু অধিক…

বিস্ফোৰণত নিহত শতাধিক

ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গ’ল ১০০ জনৰ,আহত ৩০০৷ ছোমালিয়াৰ মুগাডিছুত সংঘটিত হৈছে কাৰ বোমা বিস্ফোৰণ৷ শনিবাৰে দেশখনৰ শৈক্ষিক চহৰ মুগাডিছুত সংঘটিত হয় এই ঘটনা৷" আমাৰ যিসকল লোকে প্ৰাণ হেৰুৱালে সেইসকলৰ সৰহসংখ্যকেই মাতৃ আৰু শিশু ৷ তদুপৰি যথেষ্টসংখ্যক…

ৰুছ সেনা নে নিধিৰাম চৰ্দাৰ?

ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দশা ৰাছিয়াৰ সেনাৰ।যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰতো বাদেই,তীব্ৰ খাদ্য সংকট আৰু পিয়াহৰ পানী টুপিৰ অভাৱে জুৰুলা কৰিছে ৰাছিয়ান সেনাবাহিনীক। চাওঁতে চাওঁতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰা প্ৰায় ৯ টা মাহ…

কপাল ফুলিব ঋষি ছুনাকৰ !

প্ৰধানমন্ত্ৰীৰ দৌৰত নাই জনছন । হাৰি হাৰিও জিকি গ’ল ছুনাক। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক।ছুনাকে ১৪২ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ।লিজ ট্ৰাছৰ হাতত ৪৪ দিন আগতে পৰাজিত হোৱা ছুনাক সোমবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰৱল। “ মই আমাৰ…

৭৫% ই হেৰুৱাব চাকৰি !

কৰ্মচাৰী চাটাই কৰিব টুইটাৰে ।ৱাশ্বিংটন প’ষ্টৰ বাতৰিক লৈ উদ্বিগ্ন সকলো । টুইটাৰৰ ৭৫% লোকেই হেৰুৱাব চাকৰি । টুইটাৰ ক্ৰয় কৰাৰ পিছত এতিয়াও টুইটাৰ অধিগ্ৰহণ কৰা নাই ইলন মাস্কে। কিন্তু টুইটাৰ কেনেকৈ চলাব,তাৰ সিন্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে মাস্কে।…

জীয়াই থকাৰ অধিকাৰ হেৰাইছে ভাৰতীয়ৰ ?

'অসহিষ্ণুতা'ৰ মনোভাৱ শেহতীয়াকৈ ভয়ানক হাৰত বৃদ্ধি ভাৰতত। দেশত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘনৰ ঘটনাও বৃদ্ধি পাইছে । ভাৰতীয়ৰ অসহিষ্ণু চিন্তাধাৰাক লৈ শংকিত ৰাষ্ট্ৰসংঘ। দুদিনীয়া ভ্ৰমণলৈ আহি ভাৰতক এই বিষয়ে সকীয়াই দিলে ৰাষ্ট্ৰসংঘৰ…

পুনৰ ভাল দিন আহিব ইমৰাণ খানৰ?

শাসক দলৰ মুখ ঠেকেঁচা উপনিৰ্বাচনত ।নেশ্যনেল এছেম্বলিত ৬ ,প্ৰভিন্সিয়েল এছেম্বলিত ২খন জয়ী খানৰ দল ।শেহতীয়া উপনিৰ্বাচনত ইমৰাণ খানৰ পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে ৬ খন নেশ্যনেল এছেম্বলি আৰু ২খন প্ৰভিন্সিয়েল এছেম্বলি আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে…