সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ'নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি। মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ'নাল্ডোক…

বিশ্বকাপ ফুটবল — কোৱাৰ্টাৰ ফাইনেল

আজি ইউৰোপ বনাম দক্ষিণ অমেৰিকা !! নেইমাৰ বনাম ব্ৰজভিক, মেছি বনাম ভাৰ্জিল ভান ডিক ।। জিতেন গগৈ ।। বিশ্ৱ কাপ ফুটবলৰ আজিৰ দুয়োখন কোৱাৰ্টাৰ ফাইনেলত দেখা যাব ইউৰোপ আৰু দক্ষিণ আমেৰিকান দলৰ মাজৰ যুঁজ, য'ত ব্ৰাজিল ক্ৰৱেচিয়া আৰু আৰ্জেন্টিনা…

চীনৰ সৃষ্টি আছিল কৰ’না

নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজ্ঞানীজনে য়ুহানৰ লেবৰটৰীৰ পৰাই এই মানৱ সৃষ্ট ভাইৰাছটো বাহিৰ হৈছিল বুলি দাবী কৰিছে।য়ুহান লেবৰটৰীটো চীনৰ য়ুহান নগৰত অৱস্থিত।এই মহানগৰ খনতে প্ৰথম ভাইৰাছটো বিয়পি পৰিছিল ৷ য়ুহানত এই ভাইৰাছটো…

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ…

জনসংখ্যা বাঢ়িছে মুছলমানৰ

শেহতীয়াকৈ ব্ৰিটেইনত কৰা এক লোকপিয়ল অনুসৰি এই তথ্য পোহৰলৈ আহিছে যে এদিন বিশ্ব শাসন কৰা খ্ৰীষ্টান দেশ তথা ইংলেণ্ডত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা । আশ্চৰ্যজনক ভাৱে হ্ৰাস পাইছে খ্ৰীষ্টান ধৰ্মালম্বীৰ সংখ্যা। মাত্ৰ ব্ৰিটেইনতেই নহয় ক্ৰমান্বয়ে…

২০২৩ ত বিপদত ভাৰত !

২০২৩ চনটো ভাৰতৰ বাবে হয়তো চিন্তা আৰু উদ্বেগৰ বৰ্ষ হ’ব।কিয়নো চীন বৰ্তমান আমেৰিকাৰ ওপৰত ক্ষুদ্ধ৷কিন্তু আমেৰিকাক বলে নোৱাৰা শিল বুলি ভাৱে চীনে৷সেয়ে যুদ্ধ তথা আক্ৰমণপিপাসু চীনে হয়তো হিমালয়ৰ পাদ দেশবোৰলৈ চকু দিব অতি শীঘ্ৰে।আমেৰিকা আৰু চীন…

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ !

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ ! কাঢ়ি ল’লে পাছপোৰ্ট সামাজিক মাধ্যমত লিখি বিপদত চলচ্চিত্ৰ নিৰ্মাতা গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত…

ফে’চবুকৰ পৰা ঠিকনা আঁতৰালেনে?

সলনি হ’ব ফে’চবুক ! প্ৰফাইলত থাকিব নোৱাৰিব ৪ টা বিষয় ! প্ৰ’ফাইলৰ পৰা আঁতৰাব লাগিব সেই ৪ টা বিষয় !১ ডিচেম্বৰৰ আগতেই আঁতৰাওক এই চাৰিটা বিষয়ৰ তথ্য।কি এই ৪ টা বিষয় ? ধৰ্ম,আসক্তি,ৰাজনৈতিক আদৰ্শ ,ঠিকনা আদিৰ দৰে ব্যক্তিগত তথ্য থাকিব নোৱাৰিব আপোনাৰ…