সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা…

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬…

ক’ৰোনা-এয়া কেৱল প্ৰথম ঢৌৰ মধ্যাংশহেঃ WHO

সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫লাখৰ অধিক হৈছে। প্ৰায় ৫৬ লাখ ১৭হাজাৰ লোক ক'ৰোনাত আজিলৈকে সংক্ৰমিত হৈছে আৰু ইতিমধ্যেই প্ৰায় ৩ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ মাজতেই বহু দেশে অৰ্থব্যৱস্থাৰ চকৰী ঘুৰাবলৈ শিথিল কৰি দিছে লক্ ডাউন। বিশ্ব…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!

ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ…

কোভিড-১৯ পৰীক্ষত সফল হৈছে চীন-দাবী বৈদেশিক মন্ত্ৰী ৱাং উইৰ

চীনতেই প্ৰথম কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল। তাৰ পিছত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতেই পৰিস্থিতি ভয়ানক। বিভিন্ন বাদ-বিবাদ চলি থকাৰ চীনে নিজৰ স্থিতি আৰু মত প্ৰকাশ কৰি আহিছে। তাৰমাজতে বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰস্তুতি…

নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ

দেশত ক'ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ'চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ…

“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক'ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক'ৰোনা ভাইৰাছ আৰু…

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া…

‘কোভিড-১৯ পজিটিভ’ যুদ্ধত জয়ী হ’ল জুলিয়েট

সমগ্ৰ বিশ্বতে ক'ৰোনাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি শিশুপৰ্যন্ত সংক্ৰমণ ঘটাই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। অৱশ্যে তাৰ মাজতে শিশুসকলৰ দেহত ক'ৰোনাৰ উপস্থিতিৰ পিছতেই অন্যান্য উপসৰ্গ দেখা দিয়াও পৰিলক্ষিত হৈছে। এনে…