নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

Share This Article

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া বেকন আৰু হ্যাশ ব্ৰাউন খাই ভাল পায়।
প্ৰথম চাৰিপৃষ্ঠাজুৰি আজি এইদৰে ক’ৰোনাৰ মৃতকক শ্ৰদ্ধা জনায় নিউয়ৰ্ক টাইমচে। আমেৰিকাত ক’ৰোনাৰ মৃতকৰ সংখ্যা ১লাখ হোৱাৰ উপক্ৰম ঘটিছে। সংবাদ পত্ৰখনৰ মতে দিনৰ পিছত সপ্তাহ, মাহজুৰি চলিছে এই মৃত্যু মিছিল, মানুহ ক্লান্ত। পৰিস্থিতি বুজাবলৈকে লোৱা হ’ল এই অভিনৱ উদ্যোগ।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.