Category বিশ্ব

ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ ‘কোৰাণ’ জ্বলোৱাক লৈ উত্তপ্ত চুইডেন

photo courtesy: Newsd

ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ কোৰাণ জ্বলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুইডেনৰ মালম’ নামৰ অঞ্চলত। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এটা অতি সুপন্থী ৰাজনৈতিক দলৰ কার্যকৰ্তাই কোৰাণ জ্বলোৱা কাৰ্যসূচী লোৱাৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি। Huge fires [of tires…

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৪ জন লোক নিহত

photo courtesy: Greatlakesadvocate

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে কৰা বোমা বিস্ফোৰণত প্ৰায় ১৪ জন লোক নিহত হয়। দেশখনৰ সামৰিক আৰু আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত কমেও ৭৫ জন সৈন্য, আৰক্ষীৰ লোক আৰু অসামৰিক লোক আহত হয়। ফিলিপাইনৰ ছুলু প্ৰদেশৰ জল’ নগৰৰ এখন গেলামাল…

আমেৰিকাৰ উপ ৰাষ্ট্রপতি পদত প্ৰথমবাৰলৈ ভাৰতীয় মূলৰ প্ৰাৰ্থী

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থাকোতে দেশখনৰ ডেম’ক্ৰেটিক পাৰ্টিয়ে তেওঁলোকৰ উপ ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ভাৰতীয় মূলৰ কমলা হৰিছক। ইয়াৰ লগে লগে কমলা হৰিছ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথম গৰাকী ভাৰতীয়…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ কৰিলে এই প্ৰতিষেধক

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে। ৰাছিয়াৰ Gamaleya ইনষ্টিটিউটযে প্ৰস্তুত কৰি উলিওৱা এই…

অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ

বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত। জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি। কোনফিডেৰেছন অফ ইণ্ডিয়ান…

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে। Scroll.in নামৰ ৱেব পৰ্টেলত প্ৰকাশ পোৱা…

আকৌ আহি আছে ‘টিকটক’

চীনৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিঙ চাইট টিকটক ৷ কিন্তু টিকটক শীঘ্ৰেই বজাৰলৈ উভতি অহাৰ প্ৰৱল সম্ভাৱনা আছে ৷ কিন্তু এইবাৰ টিকটকৰ মালিকানা সলনি হ’ব ৷ সকলো ঠিকমতে আগবাঢ়িলে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত…

ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?

• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷ • আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন সমূহে পাকিস্থানৰ মাজেৰে যোৱা…

ব্ৰিটেইনৰ মুদ্ৰাত সংলগ্ন হ’ব মহাত্মা গান্ধীৰ ফটো

ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এতিয়াৰ পৰা সংলগ্ন হ’ব ব্ৰিটেইনৰ মুদ্ৰাটো। এই কথা আজি জানিবলৈ দিছে ব্ৰিটেইনৰ কোষাগাৰে। ইতিমধ্যে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি সুনাকে এই বিষয়টো ৰয়েল মিণ্ট এডভাইজৰী কমিটীৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিছে । ব্ৰিটেইন…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত কৰিবলৈ বিনিয়োগ কৰিছে কোটি কোটি টকা?

ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ। ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক’ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰত চৰকাৰৰ ওচৰত…