Category বিশ্ব

কোভিড-১৯ পৰীক্ষত সফল হৈছে চীন-দাবী বৈদেশিক মন্ত্ৰী ৱাং উইৰ

চীনতেই প্ৰথম কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল। তাৰ পিছত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতেই পৰিস্থিতি ভয়ানক। বিভিন্ন বাদ-বিবাদ চলি থকাৰ চীনে নিজৰ স্থিতি আৰু মত প্ৰকাশ কৰি আহিছে। তাৰমাজতে বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আহিছে। শেহতীয়াকৈ চীনৰ…

নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ

দেশত ক’ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ’চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ সমান্তৰালকৈ কিছুৱে ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল। এনেসময়তেই সম্প্ৰীতিৰ…

“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক’ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক’ৰোনা ভাইৰাছ আৰু য়ুহানৰ লেবৰেটৰীৰ ভাইৰাছৰ মাজত…

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া বেকন আৰু…

‘কোভিড-১৯ পজিটিভ’ যুদ্ধত জয়ী হ’ল জুলিয়েট

সমগ্ৰ বিশ্বতে ক’ৰোনাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি শিশুপৰ্যন্ত সংক্ৰমণ ঘটাই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। অৱশ্যে তাৰ মাজতে শিশুসকলৰ দেহত ক’ৰোনাৰ উপস্থিতিৰ পিছতেই অন্যান্য উপসৰ্গ দেখা দিয়াও পৰিলক্ষিত হৈছে। এনে এক ঘটনাই সংঘটিত হৈছে…

সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল

পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে ৷ মন্ত্ৰীসভাৰ এক বৈঠকৰ পাছত নেপাল চৰকাৰৰ মুখপাত্ৰ আৰু যুৱৰাজ খাটিৱানাদাই জনাইছে এই এই দাবী অনতিপলমে কাৰ্যকৰী কৰা হ’ব…

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন দেশে লকডাউনৰ সিদ্ধান্ত…

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা ভেকছিনৰ বাবে বাট চাইছে৷ তাৰ…

চিৰদিনৰ বাবে থাকি যাব ক’ৰোনা ভাইৰাচ !

ক’ৰোনা ভাইৰাচক লৈ পুনৰ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰোনা ভাইৰাচ চিৰদিনৰ বাবে আমাৰ মাজত থাকি যাব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইক ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয়- ‘এই কথা স্পষ্ট কৰি দিয়া প্ৰয়োজন…

য়ুহানত পুনৰ গণ সংক্ৰমণৰ আশংকা

য়ুহানৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত বিগত মাহত লক্ ডাউন উঠাই দিছিল চীন প্ৰশাসনে। দোকান-বজাৰ, বিদ্যালয় খুলি দিছিল য়ুহানত। তাৰ পিছতেই এতিয়া পুনৰ নতুন শংকাই গা কৰি উঠিছে। যাৰফলত সামাজিক সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাই দেখা দিছে। তথ্য অনুসৰি চীনত বৰ্তমানলৈ ১.১…