সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চিৰদিনৰ বাবে থাকি যাব ক’ৰোনা ভাইৰাচ !

ক’ৰোনা ভাইৰাচক লৈ পুনৰ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰোনা ভাইৰাচ চিৰদিনৰ বাবে আমাৰ মাজত থাকি যাব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইক ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয়- ‘এই কথা স্পষ্ট কৰি দিয়া প্ৰয়োজন যে অন্য মহামাৰী বীজাণুৰ দৰে ক’ভিড-১৯ আমাৰ মাজত চিৰদিনৰ বাবে থাকি যাব পাৰে৷ এই বেমাৰ কেতিয়া শেষ হ’ব- তাৰ ভৱিষ্যতবাণী এতিয়া কোনেও কৰিব নোৱাৰে৷ ‘

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.