সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয়…

শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?

মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷ দেশখন হ’ল…

তালিবানী ঘাটিক লক্ষ্য কৰি পঞ্জশীৰৰ আকাশত কাৰ যুদ্ধ বিমান?

তালিবানে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতেই উপত্যকাটোৰ তালিবানৰ ঘাটিক লক্ষ্য কৰি চলিল বিমান আক্ৰমন৷তালিবানে আফগানিস্তানৰ অধিকাংশ অঞ্চল দখল কৰাৰ পিছতেই পঞ্জশীৰত বিদ্ৰোহী শক্তিক ঐক্যবদ্ধ কৰি তুলিছিল এন আৰ এফে৷পঞ্জশীৰ আক্ৰমন কৰিবলৈ…

তালিবানৰ চৰকাৰ গঠন অনুষ্ঠানলৈ নিমন্ত্ৰণ পাবনে ভাৰতে ?

শীঘ্ৰে আফগানিস্তানত তালিবানে গঠন কৰিব নতুন চৰকাৰ ৷ কিন্তু নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপায় ভাৰতে ৷ নতুন চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব পাকিস্তান , চীন , ৰাছিয়া , কাটাৰ , তুৰষ্ক আৰু ইৰানৰ প্ৰতিনিধিক ৷ এই…

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ!

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ৷ তালিবানৰ দাবী অস্বীকাৰ বিদ্ৰোহী এন আৰ এফৰ৷ আফগানিস্তান দখলৰ পিছত এন আৰ এফে বিদ্ৰোহ অব্যাহত ৰাখিছিল তালিবানৰ বিৰুদ্ধে৷ এন আৰ এফৰ হাতত পঞ্জশীৰত বন্দী হৈছিল তালিবানী কেডাৰ৷

বিশ্ব সন্ত্ৰাস তালিবানক সহায় কৰিছে নেকি পাকিস্তানে? সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন-

নিয়ৰ ডেকা প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। আফগানিস্তানৰ পাঞ্জশিৰত তালিবান আৰু প্ৰতিৰোধ বাহিনীৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। ইফালে তালিবান প্ৰতিৰোধ…

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

যৌনকৰ্মীক মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা তালিবানৰ

ক্ষমতা দখৰ পাছত এইবাৰ আফগানিস্তানৰ যৌনকৰ্মীসকলৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷ সংবাদ সংস্থা ‘দ্য চানে’ প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে যৌনকৰ্মীসকলক চিনাক্ত কৰি মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ যাৰ বাবে দেশখনৰ যৌনকৰ্মীসকলে হয়…

কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা…

কোন হ’ব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি?

সুদীৰ্ঘ দুটা দশকৰ পিছত আজি আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব তালিবানে। চৰ্চা চলিছে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল গণি বাৰাদাৰেই হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। তালিবানৰ চাৰি শীৰ্ষ নেতাৰ ভিতৰত বাৰাদাৰৰ স্থান…