যৌনকৰ্মীক মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা তালিবানৰ

Share This Article

ক্ষমতা দখৰ পাছত এইবাৰ আফগানিস্তানৰ যৌনকৰ্মীসকলৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷ সংবাদ সংস্থা ‘দ্য চানে’ প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে যৌনকৰ্মীসকলক চিনাক্ত কৰি মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ যাৰ বাবে দেশখনৰ যৌনকৰ্মীসকলে হয় আত্মগোপন কৰিছে , নহ’লে দেশ এৰি পলায়ন কৰিছে ৷ ‘দ্য চান’ৰ বাতৰিটোত কোৱা হৈছে যে বিভিন্ন পৰ্ণ চাইটৰ পৰা যৌনকৰ্মীসকলক চিনাক্ত কৰা হৈছে ৷ ইয়াৰে যিসকলে বিদেশীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছে তেওলোকক  মৃত্যুদণ্ড দিয়া হ’ব পাৰে আৰু আনসকলক যৌনদাসী কৰি ৰাখিব তালিবানে

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.