পঞ্জশীৰ উপত্যকা দখল তালিবানৰ!

Share This Article

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ৷

তালিবানৰ দাবী অস্বীকাৰ বিদ্ৰোহী এন আৰ এফৰ৷

আফগানিস্তান দখলৰ পিছত এন আৰ এফে বিদ্ৰোহ অব্যাহত ৰাখিছিল তালিবানৰ বিৰুদ্ধে৷

এন আৰ এফৰ হাতত পঞ্জশীৰত বন্দী হৈছিল তালিবানী কেডাৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.