Category বিশ্ব

২২ ছেপ্টেম্বৰত আমেৰিকলৈ যাব মোডীঃ কি কলে ৰাষ্ট্ৰপতি জ’ বাইডেনে?

অহা ২২ ছেপ্টেম্বৰত আমেৰিকালৈ উৰা মাৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২৪ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে ৱাশ্বিংটনত এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০২১ চনৰ জানুৱাৰীত বাইডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অহা ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি…

ৰাজনৈতিক মেৰপেচত পণবন্দী আফগানী জনতাঃ পঞ্জশিৰত ২০ গৰাকী নাগৰিকক হত্যা কৰিলে তালিবানে

আফগানিস্তানৰ পঞ্জশিৰত তালিবান আৰু আফগান ৰেজিচটেন্স ফ’ৰ্চৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। অৱশ্যে তালিবানে দাবী কৰিছে যে পঞ্জশিৰ জিলা তেঁওলোকে ইতিমধ্যেই দখল কৰিছে। আনহাতে ৰেজিচটেন্স ফ’ৰ্চৰ ভাষ্য অনুসৰি পঞ্জশিৰ জিলাৰ ৬০ শতাংশ অঞ্চল এতিয়াও তেঁওলোকৰ দখলতে আছে। ইয়াৰ মাজতে…

ৰঙীন কাপোৰ আৰু উন্মুক্ত মুখঃ তালিবানৰ বোৰ্খা নীতিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ আফগানী মহিলাৰ

তালিবানৰ বোৰ্খা আইনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আফগানী মহিলা। তালিবানে বলপূৰ্বক ভাৱে মহিলাসকলক বোৰ্খা পিন্ধাবলৈ চেষ্টা কৰা কাৰ্যৰ প্ৰতিবাদ কৰি আফগানী মহিলা সকলে কয় যে শৰীৰ ঢাকিবলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত কাপোৰেই যথেষ্ট। উল্লেখযোগ্য যে আফগানী মহিলা সকলে পৰম্পৰাগত কাপোৰ…

মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিবঃ তালিবান

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা তালিবানৰ আচহুৱা আচৰণে এতিয়া আচম্বিত কৰিছে সকলোকে। তালিবানে ঘোষণা কৰিছে যে আফগান বিশ্ববিদ্যালয়সমূহ লিংগৰ ভিত্তিত পৃথকীকৰণ কৰা হ’ব। লগতে এই প্ৰতিষ্ঠানবোৰত নতুন ইছলামিক পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ’ব। দেশৰ নতুন উচ্চ শিক্ষা মন্ত্ৰী আব্দুল…

আমেৰিকাৰ ভয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিলে নেকি তালিবানে?

পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা চৰকাৰৰ শপতগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা…

ৰক্তাক্ত পঞ্জশিৰ! তালিবানে হত্যা কৰিলে উপৰাষ্ট্ৰপতিৰ ভাতৃক

তালিবানে দখল কৰাৰ পাছৰে পৰা অশান্ত জৰ্জৰ আফগানিস্তানত পুনৰ আৰম্ভ হৈছে হত্যা-হিংসাৰ বিভীষিকা। এইবাৰ পঞ্জশিৰ উপত্যকাত মৃত্যুৰ দাবানল। আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহক অতি নিৰ্মম ভাৱে হত্যা কৰে তালিবানে। পঞ্জশিৰত তালিবান বিৰোধী যুদ্ধত নেতৃত্ব দিছিল ৰোহুল্লাহ…

২০০১ চনৰ আজিৰ দিনটোতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী লাডেনে কি দৰে ধ্বংস কৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ?

আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ আটাইতকৈ শক্তিশালী এখন দেশ। শক্তিশালী অৰ্থনৈতিক আন্তঃগাঁঠনিৰ লগতে শক্তিশালী এই দেশৰ প্ৰশাসনিক তথা সামৰিক ব্যৱস্থা। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ এই অহংকাৰ চূৰমাৰ হৈ গৈছিল। একেলগে চাৰিটা বিশেষ স্হানত সন্ত্ৰাসবাদীৰ আক্ৰমণে নিমিষতে চুৰমাৰ কৰি দিছিল আমেৰিকা…

ঘোষণা হল বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ ২০২১: কোনে লাভ কৰিলে বিজ্ঞানৰ অস্কাৰ

ৰাছিয়াৰ বিজ্ঞানী আৰু কোটিপতি য়ুৰি মিলনাৰ, ছেৰ্গেই ব্ৰিন আৰু ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে সফলতাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা এই বিশেষ বঁটা নবেল বঁটাতকৈ অধিক মূল্যৱান। সেইবাবেই ইয়াক বিজ্ঞানৰ ‘অস্কাৰ’ বুলি কোৱা হয়। বৃহস্পতিবাৰে ঘোষণা কৰা হল এই বিশেষ বঁটাটি।…

কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান

তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত কৰি তুলিছে সকলোকে। মুখপাত্ৰ…

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস- বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা এক মহামাৰীত পৰিণত হৈছে আৰু প্ৰতি বছৰে আত্মহত্যাৰ…