Category বিশ্ব

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মুখ বন্ধ কৰিবলৈ কি কৈছিল ভাৰতৰ স্নেহা ডুবেই?

ৰাষ্ট্ৰসংঘত প্ৰায়েই চৰ্চাত থাকে ভাৰত-পাকিস্তানৰ কাশ্মীৰ প্ৰসংগ। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্নেহা ডুবেই পাকিস্তানক দিয়া প্ৰত্যুত্তৰে চৰ্চা লাভ কৰিছে সকলোতে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি চাইমা চালিমে দাবী কৰিছিল যে জম্মু-কাশ্মীৰ এটা আন্তঃৰাষ্ট্ৰীয় মান্যতাপ্ৰাপ্ত বিবাদমান বিষয় গতিকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ আৰু নিৰাপত্তা পৰিষদত…

আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

⚫ নিউয়ৰ্কত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ⚫ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আজি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ⚫ আজি বিয়লি ৬:৩০ বজাত ভাষণ প্ৰদান কৰিব মোদীয়ে। ⚫ভাষণত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী পদৰ প্ৰসংগত স্থান পোৱাৰ সম্ভাৱনা আছে। ⚫ প্ৰধামন্ত্ৰী গৰাকীৰ ভাষণত…

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিচৰ লগত আলোচনাত বহিল নৰেন্দ্ৰ মোডী

বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰাৰ পিছতে উৎসাহিত হৈ পৰিছে দেশৰ একাংশ জনতা।…

সূদীৰ্ঘ এটা বছৰৰ অন্তত দাড়ি-চুলি কাটি আমেৰিকাত উপস্থিত হ’ল মোডীঃ কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাতৰ উদ্দেশ্যেৰে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দাড়ি-চুলি কাটি নতুন লুকত আমেৰিকাত অৱতৰণ কৰিছে মোডীয়ে। নৰেন্দ্ৰ মোডীৰ নতুন লুকক লৈ এতিয়া চৰ্চা চলিছে ছছিয়েল মিডিয়াত। বিগত এবছৰ ধৰি মোদীৰ তপস্বী চেহেৰাৰ সৈতে অভ্যস্ত হৈ…

চীয়েৰ লীডাৰ্ছৰ নৃত্যৰ বাবেই আফগানিস্তানত নিষিদ্ধ কৰা হৈছে নেকি IPL?

BCCIৰ ঐশ্বর্যশালী টি-২০ প্ৰতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷ কিয়নো তালিবানে আফগানিস্তানত…

ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?

ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য কৰিব। ইয়াৰ অৰ্থ হৈছে…

সংগীতৰ বাবেই আফগানিস্তান এৰিবলৈ বাধ্য হোৱা আয়েশা খান এতিয়া ক’ত আছে?

তালিবানে কাবুল দখল কৰাৰ পিছত নিজৰ ঘৰ আৰু দেশ এৰিবলৈ বাধ্য হৈছিল আয়েশা খান। আয়েশাই বিগত বৰ্ষৰ পৰা কাবুলত সংগীত শিকি আছিল আৰু লাইভ অনুষ্ঠান পৰিবেশন কৰিছিল। কিন্তু যেতিয়া তালিবান কাবুলৰ ওচৰত উপস্থিত হৈছিল তেতিয়া আয়েশাই কাবুল এৰিব লগা হৈছিল।…

মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ ঢাকা আৰক্ষীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে ঢাকা মেট্ৰ’পলিটান আৰক্ষীয়ে। ঢাকা মেট্ৰ’পলিটান আৰক্ষীৰ চোৰাংচোৱা শাখাই সন্ত্ৰাসবাদী সংগঠন হেফাজত-ই-ইছলামৰ সদস্য ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে। মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত ঢাকাত হিংসাত্মক…

বিশ্ববাসী আজি সাক্ষী হ’ব এক বিৰল মহাজগতিক পৰিঘটনাৰ

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ আৰু যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব বৃহস্পতিক। ওৰে…

তীব্ৰ খাদ্য সংকটত আফগানিস্তানঃ আফগানী জনতাৰ বাবে হৃদয় গলিবনে আমেৰিকাৰ?

তদানীন্তন চৰকাৰক আঁতৰাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পিছত এছিয়াৰ হৃদপিণ্ড খ্যাত আফগানিস্তান এতিয়া অশান্ত। বিগত ২০ বছৰত তালিবানৰ পতন আৰু আফগানিস্তানৰ পুনৰ নির্মাণৰ নামত আমেৰিকাকে ধৰি কেইবাখনো দেশে লাখ লাখ কোটি ডলাৰ ধন বিনিয়োগ কৰিছিল৷ কিন্তু তালিবানৰ…