সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

⚫ নিউয়ৰ্কত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

⚫ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আজি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

- Donation -

⚫ আজি বিয়লি ৬:৩০ বজাত ভাষণ প্ৰদান কৰিব মোদীয়ে।

⚫ভাষণত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী পদৰ প্ৰসংগত স্থান পোৱাৰ সম্ভাৱনা আছে।

⚫ প্ৰধামন্ত্ৰী গৰাকীৰ ভাষণত সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ প্ৰসংগ উত্থাপন হোৱাৰো সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.