Category বিশ্ব

পাকিস্তান-ভূটানত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল?

ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ মূল্যই শতক অতিক্ৰম কৰিছে। কিন্তু ভাৰতত পেট্ৰ’লৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে পাকিস্তান-ভূটান-নেপাল-বাংলাদেশ-শ্ৰীলংকা কিম্বা ভেনিজুৱেলাত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল? জানি আচৰিত হব যে ভূটানত পেট্ৰ’লৰ মূল্য মাত্ৰ…

কিহৰ বাবে দুখীয়া হ’ল ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ?

ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘণ্টামানৰ ভিতৰতে ৭ বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে। যাৰ ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত মাৰ্কৰ স্থান এক হ্ৰাস পাইছে। এজন হুইচব্ল’লাৰ আগবাঢ়ি অহাৰ পিছত আৰু বিভ্ৰাটে ফেচবুক ইনকৰ ফ্লেগশ্বিপ সামগ্ৰীবোৰ অফলাইন লৈ যোৱাৰ…

Just in: ঘোষণা হ’ল ২০২১ বৰ্ষৰ নোবেল বঁটা

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ নোবেল বঁটা। ২০২১ বৰ্ষৰ মেডিচিন নোবেল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে উত্তাপ আৰু স্পৰ্শ ৰিচেপ্টৰ আৱিষ্কাৰৰ বাবে লাভ কৰে। নোবেল বঁটা ঘোষণা কৰাৰ লগে লগে উৎসাহিত হৈ পৰিছে বিশ্বৰ সুধী সমাজ। এই বটাঁই চিকিৎসা…

এইবাৰ কুৱেইটৰ সংসদত অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ প্ৰসংগঃ কিন্তু কিয়?

ৰাজ্যৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা। হিংসাত্মক উচ্ছেদে জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ মাজতে অসমৰ উচ্ছেদক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদ চলি থকাৰ মাজতে কুৱেইটৰ সংসদত উত্থাপন হৈছে গৰুখুটিঁৰ উচ্ছেদ প্ৰসংগ। ভাৰতত মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে বুলি দাবী…

মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?

মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা হাতখন আচলতে…

চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত

চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই বিশেষ…

আফগানিস্তানত দাড়ি কটা বন্ধ কৰিছে তালিবানেঃ হতবাক বিশ্ববাসী

তালিবানে আফগানিস্তানৰ হেলমান্দ প্ৰদেশৰ নাপিতসকলক স্থানীয় লোকৰ দাড়ি কাটি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। তালিবানে কব খোজে যে দাড়ি কটাটো ইছলামিক আইন বিৰোধী। BBCৰ এক নতুন প্ৰতিবেদন অনুসৰি হেলমান্দ প্ৰদেশৰ নাপিতসকলক গ্ৰাহকৰ দাড়ি নাকাটিবলৈ কিম্বা শাস্তিৰ সন্মুখীন হ’ব পৰাকৈ সাজু থাকিবলৈ…

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতক পূর্ণ সমর্থন জনাব বুলি ৰাষ্ট্রপতি জ’…

সাৱধানঃ আহি আছে কৰ’ণাৰ মাৰাত্মক ভেৰিয়েণ্ট “R.1”

⚫ আহি আছে কৰ’ণাৰ আটাইতকৈ ভয়ানাক নতুন প্ৰকাৰ “R.1” ⚫ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰিছে এই আতংক সৃষ্টি কৰি ভেৰিয়েণ্টতো। ⚫ “R.1″ভেৰিয়েণ্টে পুনৰ সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব আতংকময় পৰিবেশৰ। ⚫ সাধাৰণ ৰূপতকৈ এই ভেৰিয়েণ্টে অধিক ভয়ংকৰ ভাবে সংক্ৰমণ কৰিব বুলি প্ৰকাশ…

আফগানিস্তানৰ হেৰাট চহৰৰ চাৰিআলিত চাৰিটা মৃতদেহ ওলোমাই ৰাখিছে তালিবানেঃ কিন্তু কিয়?

পশ্চিম আফগানিস্তানৰ হেৰাট চহৰৰ পৰা অহা খবৰ অনুসৰি চাৰিজন লোকৰ মৃতদেহ পৃথক পৃথক চাৰিআলিত ওলোমাই থৈছে তালিবানে। বিবিচিৰ পাৰ্চী সেৱাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে অপহৰণৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোক কেইজনক প্ৰথমে গুলি কৰা হৈছিল আৰু তাৰ…