সাৱধানঃ আহি আছে কৰ’ণাৰ মাৰাত্মক ভেৰিয়েণ্ট “R.1”

Share This Article

⚫ আহি আছে কৰ’ণাৰ আটাইতকৈ ভয়ানাক নতুন প্ৰকাৰ “R.1”

⚫ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰিছে এই আতংক সৃষ্টি কৰি ভেৰিয়েণ্টতো।

⚫ “R.1″ভেৰিয়েণ্টে পুনৰ সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব আতংকময় পৰিবেশৰ।

⚫ সাধাৰণ ৰূপতকৈ এই ভেৰিয়েণ্টে অধিক ভয়ংকৰ ভাবে সংক্ৰমণ কৰিব বুলি প্ৰকাশ বিশেষজ্ঞ সকলৰ।

⚫ ইতিমধ্যে বিশ্বৰ ৩৫ খন দেশত এই ভেৰিয়েণ্টৰ উপস্থিতিৰ আশংকা চিকিৎসক তথা বিশেষজ্ঞ সকলৰ।

⚫ বৰ্তমান পৰ্যন্ত ১০ হাজাৰ লোক আক্ৰান্ত এই নতুন “R.1” ভেৰিয়েণ্টত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.