মাজুলীক কিমান ভাল পাইছিল দুৰ্ভগীয়া পৰিমিতাই?

মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমিতা দাসৰ এটা ফেচবুক পোষ্ট – অৱশেষত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে সহকাৰী অধ্যাপিকাৰ পদত যোগদান কৰোঁ।মোৰ এই দীঘলীয়া যাত্ৰাত আৰম্ভণিৰে পৰা মোৰ প্ৰতিটো খোজতে সহায় আৰু মোক উৎসাহ যোগাই অহা ব্যক্তি দুজনেই হ’ল…









