আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !

Share This Article

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা –

প্ৰধানমন্ত্ৰী – মোল্লা মহম্মদ হাছান আখুন্দ

উপ প্ৰধানমন্ত্ৰী ১ – মোল্লা বাৰাদাৰ

উপ প্ৰধানমন্ত্ৰী ২ – আব্দুল ছালাম হানাফি

গৃহমন্ত্ৰী – চিৰাজুদ্দিন হাক্কানি

প্ৰতিৰক্ষা মন্ত্ৰী – মহম্মদ য়াকুব মুজাহিদ

বিত্ত মন্ত্ৰী – মুল্লা হিদায়াতুল্লা বদ্ৰী

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী – মৌলৱী আমিৰ খান মুতাক্কি

শিক্ষা মন্ত্ৰী – শ্বেখ মৌলৱী নুৰুল্লাহ মুনিৰ

ন্যায় মন্ত্ৰী – মৌলৱী আব্দুল হাকীম চৰিয়া

উচ্চ শিক্ষা মন্ত্ৰী – আব্দুল বাকী হাক্কানি

গ্ৰামোন্নয়ন মন্ত্ৰী – ইউনুছ আখুন্দজাদা

শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰী – খলিলুৰ ৰহমান হাক্কানি

জন কল্যাণ মন্ত্ৰী – মোল্লা আব্দুল মানন ওমৰি

বিশুদ্ধতা মন্ত্ৰী – শ্বেখ মহম্মদ খালিদ

যোগাযোগ মন্ত্ৰী – নাজিবুল্লাহ হাক্কানি

খনি আৰু পেট্ৰ’লিয়াম মন্ত্ৰী – মোল্লা মহম্মদ আছা আখুন্দ

শক্তি মন্ত্ৰী – মোল্লা আব্দুল লতিফ মনচুৰ

বিমান পৰিবহন মন্ত্ৰী – হামিদুল্লাহ আখুন্দজাদা

তথ্য আৰু সংস্কৃতি মন্ত্ৰী – মোল্লা খাইৰুল্লাহ খাইৰখাৱাহ

অৰ্থনীতি মন্ত্ৰী – কাৰি দিন মহম্মদ হানিফ

হজ আৰু আউকাফ মন্ত্ৰী – মৌলৱী নুৰ মহম্মদ চাকিব

সীমান্ত আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী – নুৰুল্লাহ নুৰী

উপ বৈদেশিক মন্ত্ৰী – শ্বেৰ মহম্মদ ষ্টানেকজাই (ষ্টানেকজাইয়ে শেহতীয়াকৈ দোহাত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তালক সাক্ষাৎ কৰিছিল)

উপ বিত্ত মন্ত্ৰী – মোল্লা মহম্মদ ফাজিল আখুন্দ

সাংস্কৃতিক মন্ত্ৰালয়ৰ উপমন্ত্ৰী – জাবিউল্লাহ মুজাহিদ

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সেনা প্ৰধান – কাৰি ফাচিহুদ্দিন (কাৰিৰ নেতৃত্বত তালিবানে পাঞ্জশিৰৰ যুদ্ধত যুঁজিছিল আৰু জিকিছিল)

সেনা প্ৰধান – মুল্লা ফজল আখুন্দ

চোৰাংচোৱা বিভাগৰ সঞ্চালক প্ৰধান – আব্দুল হক ৱাছিক

চোৰাংচোৱা বিভাগৰ উপ-প্ৰধান – মোল্লা তাজ মীৰ জাৱাদ

ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালকালয়ৰ (এনডিএছ) মুৰব্বী – মোল্লা আব্দুল হক ৱাছিক

আফগানিস্তান বেংকৰ মুৰব্বী – হাজী মহম্মদ এড্ৰাইছ

পৰিক্ৰমা প্ৰশাসন – মৌলৱী আহমেদ জান আহমেদী

চিফ অফ ষ্টাফ – ফাচিহুদ্দিন

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.