Category বিশ্ব

ভাৰতে আফগানিস্তানৰ পৰা ঘূৰাই আনিলে কিন্তু আমেৰিকাই নানিলেঃ কিহৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকা?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইতিমধ্যেই আফগানিস্তান ত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাই আফগানিস্তানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহন এৰি থৈ গৈছে। শেহতীয়া খবৰটো হ’ল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বহুসংখ্যক সামৰিক সেৱাৰ কুকুৰো(ছাৰ্ভিছ ডগ) আফগানিস্তানত এৰি থৈ গৈছে। যাৰ বাবে…

চৌদি আৰৱৰ আভা বিমানবন্দৰত ২৪ ঘন্টাত দুটাকৈ ড্ৰোন আক্ৰমণঃ ৮ জন আহত

দক্ষিণ-পশ্চিম চৌদি আৰৱৰ আভা বিমানবন্দৰত মঙলবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৮ জন লোক আহত হোৱাৰ লগতে এখন বিমানো ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আভা বিমানবন্দৰত এয়া আছিল দ্বিতীয়টো ড্ৰোন আক্ৰমণ। এতিয়ালৈকে…

আফগানিস্তান এৰা আমেৰিকাৰ শেষৰজন সৈনিক কোন ?

আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ল আমেৰিকান সেনা ৷ তাৰ পূৰ্বে তাত থকা আমেৰিকাৰ সকলো লোককে দেশলৈ ঘূৰাই নিয়া হয় ৷ প্ৰতিগৰাকী নাগৰিক সুকলমে আমেৰিকালৈ উভতি যোৱাৰ পাছত মঙলবাৰে নিশা আফগানিস্তান এৰিলে শেষৰজন আমেৰিকান সেনাই ৷ চি ১৭ বিমানযোগে আমেৰিকালৈ…

দুটা দশকযোৰা যুদ্ধৰ পৰিসমাপ্তি! আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে আমেৰিকাই

অৱশেষত দুটা দশকৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে। বিগত সোমবাৰে আফগানিস্তানৰ পৰা উৰা পৰা আমেৰিকালৈ উৰা মাৰিছিল অন্তিমখন সামৰিক বিমান। প্ৰায় ২০ বছৰ আগতে তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?

তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে মহিলা সাংবাদিকৰ এইটোৱে আছিল প্ৰথম সাক্ষাৎকাৰ ৷…

এইবাৰ সাধাৰণ লোকৰ ব্যক্তিগত ধনৰ ওপৰতো শেনচকু ফেছিষ্ট তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰাৰ খবৰ পোহৰলৈ আহিছে। তালিবানে ইটোৰ পাছত সিটো ফেচিষ্ট নীতি প্ৰৱৰ্তন কৰাৰ পাছত আজি ‘খামা নিউজ’ৰ তথ্য অনুসৰি তালিবানে ঘোষণা কৰে যে আগানিস্তানৰ লোকসকলে সীমিত অংকৰ ধনহে বেংকৰ পৰা…

আফগানিস্তানত কিমান অস্ত্ৰ এৰি গ’ল আমেৰিকাই ?

বিশ্বৰ বৃহৎ বৃহৎ শক্তি সমূহৰ বাবে ১৯ দশকৰ পৰাই আফগানিস্তান এখন খেলপথাৰ হিচাপে পৰিগণিত হৈ আহিছে৷ ১৯ দশকত ইংলেণ্ড,বিংশ দশকত ৰাছিয়া আৰ একবিংশ দশকত আমেৰিকাই আফগানিসতানত নিজৰ প্ৰভূত্ব সাব্যস্ত কৰি দেখুৱাইছে৷ কিন্তু এই তিনটা শক্তিয়েই বিভিন্ন সময়ত উচনো গৈছে আফগানিস্তানৰ…

আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ দখললৈ যোৱাৰ পৰাই কাবুল বিমানবন্দৰত…

বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়?

তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।বৰ্তমান সংযুক্ত আৰৱ এমিৰেটচ(UAE)ত আশ্ৰয় গ্ৰহণ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে। কিন্তু প্ৰশ্ন হয় – বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়? UAEত আশ্ৰয় লাভ আন নেতা সকলৰ…

পাকিস্তান আমাৰ ঘৰৰ দৰেইঃ তালিবান

আফগানিস্তানত পুনৰ এবাৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে এতিয়া কৈছে যে পাকিস্তান তালিবানৰ বাবে দ্বিতীয়খন ঘৰৰ দৰে। পাকিস্তানী টিভি চেনেল ARI নিউজৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে আফগানিস্তান পাকিস্তানৰ সীমান্তৱৰ্তী। ধৰ্মৰ দিশৰ পৰাও দুয়োখন…