Category বিশ্ব

মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান?

আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন কিংছ কলেজৰ প্ৰাক্তন ছাত্ৰ…

মহিলা হোৱাৰ বাবেই কাম এৰিবলৈ বাধ্য কৰোৱা হ’ল এগৰাকী সাংবাদিকক

তালিবান অধিকৃত আফগানিস্তান এতিয়া অশান্ত। অবৈধ সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক পণবন্দী কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। কিন্তু নিৰ্দয় তালিবানৰ অধীনত কেনে আছে আফগানী জনতা? শোষণ-নিষ্পেষণে জুৰুলা কৰা আফগানী মহিলাৰ খবৰ ৰাখিব কোনে? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুৰুষ-মহিলাৰ সম অধিকাৰৰ…

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷ ঢাকা মেট্ৰ’পলিটান পুলিচৰ কমিছনাৰ মহম্মদ…

আফগান তৰুণীক সজাইছে যৌনদাসী  : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী

তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷ দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক খাদ্য ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৷  খাদ্য খাবলৈ বেয়া…

কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে অপহৰণ কৰে ৷…

তালিবানৰ দখলৰ পৰা কোনে মুক্ত কৰিলে ৩ জিলা ?

তালিবানে বন্দুকৰ বলত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আকৌ ঐক্যবদ্ধ হ’বলৈ লৈছে তালিবান বিৰোধী গোটসমূহ ৷ এই গোটসমূহে তালিবানৰ দখলৰ পৰা নিজৰ নিজৰ অঞ্চলসমূহ পুণৰুদ্ধাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিছে ৷ শুকুৰবাৰে বাগলান প্ৰদেশৰ বানু, পুল-ই-হিচাৰ, আৰু দে-ছালাহ জিলা তিনিখন বিৰোধী জোটে…

নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ মাজৰ এজন…

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা হ’ল ?

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…

তালিবানৰ বিৰুদ্ধে বন্দুক লৈ বন্দী হ’ল কোন মহিলা গভৰ্ণৰ ?

তালিবানৰ বিৰুদ্ধে হাতত বন্দুক লৈ প্ৰতিৰোধ গঢ়ি তুলিছিল আফগানিস্তানৰ এগৰাকী মহিলা গভৰ্ণৰে ৷সেই মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ৷ হাজাৰা জিলাৰ গভৰ্ণৰ আছিল ছালিমা মাজাৰি ৷তালিবানে আফগানিস্তান দখল অভিযান আৰম্ভ কৰাৰ সময়তে মহিলাৰ অধিকাৰৰ প্ৰশ্ন তুলি ধৰিছিল ছালিমা জাফাৰিয়ে…

তালিবানক কিয় বিশ্বাসত নল’বলৈ ক’লে বায়ুসেনাৰ প্ৰথম মহিলা পাইলটে ?

নতুন শাসনকালত মহিলাসকলৰ প্ৰতি মানবীয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে তালিবানে ৷মহিলাসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলিও তালিবানে ঘোষণা কৰিছে ৷কিন্তু তালিবানৰ এনে কথাত মুঠেও আশ্বস্ত নহয় আফগানিস্তানৰ প্ৰথম মহিলা বায়ুসেনাৰ পাইলট নিলোফাৰ ৰহমানি ৷ এতিয়াও আফগানিস্তানতে বন্দী হৈ আছে নিলোফাৰ ৰহমানি…