Category বিশ্ব

আফগানিস্তানৰ নাগৰিকে কেৱল ই – ভিছাৰেহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব

আফগানিস্তান নাগৰিকে কেৱল ই- ভিছাৰেহে এতিয়াৰ পৰা ভাৰত ভ্ৰমণ কৰিব পাৰিব ৷ ইয়াৰ পূৰ্বে আফগান নাগৰিকৰ বাবে প্ৰৱৰ্তন কৰা সকলো ভিছা বাতিল কৰা হৈছে ৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সকলো আফগান নাগৰিকে কেৱল ই- ভিছাৰেহে ভাৰতত…

সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ মন্ত্ৰী গৰাকীৰ মতে দেওবাৰেই কোনো…

আফগানিস্তানক লৈ গভীৰ নিশা কাৰ লগত ,কি কথা পাতিলে অজিত দোভালে ?

আফগানিস্তানৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৈঠকত মিলিত হ’ল ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী ৷ মঙলবাৰে গভীৰ নিশা ভাৰ্ছুয়েল মাধ্যমযোগে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৷ ভাৰত , ব্ৰাজিল , ৰাছিয়া , চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে…

আফগানিস্তান চলাব কোনে?কোন কোন থাকিব চৰকাৰত?

আফাগানিস্তানত গঠন হ’ল তালিবানী চৰকাৰ৷বাৰ জনীয়া মন্ত্ৰী পৰিষদে চলাব আফগানিস্তান৷দৈনিক ভাস্কৰৰ বাতৰ অনুসৰি মংগলবাৰে তালিবানে গঠন কৰিলে ১২ জনীয়া মন্ত্ৰী পৰিষদ৷ইতিমধ্যে ১২ জনীয়া পৰিষদৰ ৭ জন সদস্যৰ নাম ঘোষণা কৰিছে তালিবানে৷পৰিষদত নাম আছে সংগঠনটোৰ সহ প্ৰতিষ্ঠাপক আব্দুল গণি বাৰাদাৰ,মোল্লাহ য়াকুব,খালিল…

আফগানিস্তান সংকট : মোদী – পুটিনৰ দীঘলীয়া আলোচনা কিয়  ?

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগত দীঘলীয়া সময় আলোচনা কৰে ৷ প্ৰায় ৪৫ নিনিট সময়ৰ আলোচনাত দুয়োখন দেশৰ মুৰব্বী দুগাৰকীয়ে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰে ৷ লগতে কোভিড ১৯ সন্দৰ্ভত সহযোগিতামূলক…

তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে  আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া আইন ৷ কিন্তু কি এই…

তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব নেকি মাছুদ?

তালিবানে সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে শাসনভাৰ হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। দুৰ্ধৰ্ষ তালিবানে দখল কৰি গৈছে আফগানিস্তানৰ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ চহৰ। কিন্তু তাৰ মাজতে দেশখনৰ পাঞ্জশিৰ উপত্যকাত বিৰোধৰ সন্মুখীন হৈছে আগ্ৰাসী তালিবান। তালিবানে সমগ্ৰ দেশ কব্জা…

আমেৰিকাক সকীয়ণি দি কি ক’লে তালিবানে ?

আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি  তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান এৰিব ৷ তাৰ পাছত আফগানিস্তানত…

মৃতদেহকো ধৰ্ষণ কৰে তালিবানে  : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী

তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷ কাবুলৰ পৰা আহি…

অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?

তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷ কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা দখলৰ দিশে৷কিন্তু এইবাৰো এই অভিযান সফল…