আমেৰিকাক সকীয়ণি দি কি ক’লে তালিবানে ?

Share This Article

আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি  তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান এৰিব ৷ তাৰ পাছত আফগানিস্তানত আমেৰিকাৰ উপস্থিতি বলপূৰ্বক দখল হিচাপে গণ্য কৰা হ’ব ৷’

পূৰ্বৰ ঘোষণাৰ সালসলনিৰ পৰিণাম ভুগিব লাগিব বুলিও তালিবানৰ মুখপাত্ৰগৰাকীয়ে সকীয়াই দিয়ে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.