আফগানিস্তান চলাব কোনে?কোন কোন থাকিব চৰকাৰত?

Share This Article

আফাগানিস্তানত গঠন হ’ল তালিবানী চৰকাৰ৷বাৰ জনীয়া মন্ত্ৰী পৰিষদে চলাব আফগানিস্তান৷দৈনিক ভাস্কৰৰ বাতৰ অনুসৰি মংগলবাৰে তালিবানে গঠন কৰিলে ১২ জনীয়া মন্ত্ৰী পৰিষদ৷ইতিমধ্যে ১২ জনীয়া পৰিষদৰ ৭ জন সদস্যৰ নাম ঘোষণা কৰিছে তালিবানে৷পৰিষদত নাম আছে সংগঠনটোৰ সহ প্ৰতিষ্ঠাপক আব্দুল গণি বাৰাদাৰ,মোল্লাহ য়াকুব,খালিল ওৰ ৰহমান হাক্কানি,প্ৰাক্তন প্ৰধানমন্ত্ৰী আব্দুল্লাহ আব্দুল্লাহ,প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই,হানিফ আতমাৰ আৰু গুলবুদ্দিন হেকমাত্যাৰৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.