Category বিশ্ব

আফগানিস্তানত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

কাবুলত আইছিছ খুৰাছান গোটে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণৰ পাছত হুংকাৰ দিছিল আমেৰিকাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ মাচুল আদায় দিব লাগিব বুলি সকীয়ণি দিছিল ৷ ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰিলে পেন্টাগণে ৷ আইছিছ কুৰাছানৰ ঘাটিত…

প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি তালিবানে কি ক’লে ?

গুজৰাটৰ সোমনাথত কেবাটাও আঁচনি উদ্বোধনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাসৰ বলত কিছুসময়ৰ বাবে সাম্ৰজ্য দখল কৰিব পাৰি কিন্তু সেয়া স্থায়ী হ’ব নোৱাৰে ৷কোনোৱে বেছি দিনৰ বাবে মানৱতাক পদানত কৰি ৰাখিব নোৱাৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে তালিবানৰ নাম নোলোৱাকৈ…

ISIS-তালিবানৰ মাজত সংঘটিত হৈছে ভয়ানক সংঘৰ্ষ, কোন দিশে আফগানিস্তানৰ ভৱিষ্যত?

বৰ্তমান সময়ত বিশ্বত আটাইতকৈ চৰ্চিত খবৰটো হৈছে যে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ কাষত দুটাকৈ ভয়ানক বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণত অতি কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক আহত হৈছে। আমেৰিকায়ো এই আক্ৰমণত নিজৰ নাগৰিকৰ মৃত্যুৰ তথ্য…

কাবুলত আত্মঘাটী আক্ৰমণ কৰা আইছিছ খুৰাছান কি ?

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ বাবে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ খুৰাছান গোটক জগৰীয়া কৰা হৈছে ৷ আফগানিস্তানত সক্ৰিয় হৈ থকা চৰমপন্থী সংগঠনসমূহৰ ভিতৰত আইছিছৰ খুৰাছান গোটেই হ’ল আটাইতকৈ ভয়ানক ৷ ২০১৫ চনত ইৰাক আৰু ছিৰিয়াত ‘ইছলামিক…

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০…

আফগানিস্তানত এটা পানীৰ বটল আৰু এক প্লেট ভাতৰ মূল্য দহ হাজাৰ টকা! কিয়?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম জি নিউজৰ এডিটৰ-ইন-চীফ সুধীৰ চৌধুৰীৰ অনুষ্ঠানে উন্মোচন কৰিলে সন্ত্ৰাস জৰ্জৰিত আফগানিস্তানৰ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰকৃত ছবি। বিগত ২৫ আগষ্টত সম্প্ৰচাৰিত অনুষ্ঠানটোত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথম ভাৰতীয় সংবাদ মাধ্যম হিচাপে জি নিউজে সংবাদদাতা আনাছ মালিকৰ সহযোগত সংকটাপন্ন…

ৰাষ্ট্ৰসংঘৰ কৰ্মীকো মাৰপিট তালিবানৰ

এইবাৰ ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে তালিবানৰ বিৰুদ্ধে ৷আনকি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ গোপন নথিত এনেধৰণৰ এক ডজন ঘটনাৰ কথা উল্লেখ কৰা হৈছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে…

কোন প্ৰাক্তন মন্ত্ৰীয়ে পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি আছে ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল- জাজিৰাই টুইটাৰযোগে ৰাজহুৱা কৰা কেইখনমান বিশেষ ফটোত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী তথা চৈয়দ আহমেদ শ্বাহ সাদাতে জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি থকাৰ দৃশ্য দেখা গৈছে ৷ সাদাতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কমিউনিকেচন আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙত দুটাকৈ…

পাকিস্তানী নেত্ৰীৰ দাবী : কাশ্মীৰ দখল কৰাত তালিবানে সহায় কৰিব পাকিস্তানক  

পাকিস্তানৰ শাসক দলৰ এগৰাকী নেত্ৰীৰ দাবী – আফগানিস্তান দখল কৰাত তালিবানক সহায় কৰিছে ইছলামাবাদে ৷ বিনিময়ত তালিবানে এইবাৰ কাশ্মীৰ দখল কৰি পাকিস্তানৰ হাতত তুলি দিব ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক –ই – ইনছাফৰ নেত্ৰী নীলম ইৰছাদ শেখে এই…

আফগান নাগৰিকক বিমান বন্দৰলৈ যোৱাত বাধা কিয় ?

তালিবানে ইতিমধ্যে আফগান নাগৰিকক আফগানিস্তানৰ পৰা বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷  আফগান তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদে এই ঘোষণা কৰি কয় যে কাবুল বিমানবন্দৰত সৃষ্টি হোৱা অভাবনীয় ভিৰ কমাবলৈ আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আফগান নাগৰিকক কাবুল বিমানবন্দৰলৈ যোৱাত…