Investigative reporting with dedication.

আফগানিস্তানত মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰা বাবেই অতি নিৰ্মম ভাৱে তালিবানে প্ৰহাৰ কৰিলে দুই সাংবাদিকক। তালিবানৰ দ্বাৰা প্ৰহৃত হোৱাৰ পিছত আঘাত প্ৰাপ্ত সাংবাদিকৰ দুখদায়ক ছবিয়ে বিশ্বব্যাপী উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া বিশ্ব ব্যাপী প্ৰশ্ন উত্থাপিত হৈছে যে অনাগত দিনত তালিবান শাসিত আফগনিস্তানত কিমান সুৰক্ষিত সাংবাদিকসকল আৰু আফগনিস্থানত সাংবাদিকৰ ভৱিষ্যত কোনদিশে?



