Category বিশ্ব

খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?

ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে। তদুপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ…

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নচ ট্ৰফী খেলিবলৈ যাবনে ভাৰত?

ক্ৰিকেটক লৈ ভাৰতীয় জনসাধাৰণৰ আৱেগ আৰু উন্মাদনা নতুন নহয়। কপিল দেৱৰ পৰা বিৰাট কোহলিৰ দিনলৈকে প্ৰতিখন খেলতে ভাৰতীয় সমৰ্থকে উজ্জীৱিত কৰি আহিছে প্ৰতিখন ষ্টেডিয়াম। ভাৰতৰ দৰে চুবুৰীয়া দেশ পাকিস্তান-বাংলদেশ-শ্ৰীলংকা আৰু আফগনিস্তানটো আছে ক্ৰিকেটৰ উন্মাদনা। ইয়াৰ মাজতে শেহতীয়াকৈ আইচিচিয়ে ২০২৪ চনৰ…

আফগানী মহিলালৈ কি নতুন নিদের্শনা তালিবানৰ?

এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে শাসনভাৰ দখল কৰাৰ পিছত এছিয়াৰ হৃতপিণ্ড খ্যাত আফগনিস্তান এতিয়া অশান্ত। তালিবানৰ অধীনত এতিয়া আফগানিস্তানৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে বুলি বিশ্বৰ সৰ্বত্ৰ চৰ্চা চলিছে। কিন্তু তালিবান নেতৃত্বই দাবী কৰিছে যে আফগানী জনতাক সকলো ধৰণৰ সা সুবিধা…

হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?

এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো ফৰ্মেটতে আছে…

এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?

বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো ক্ৰিপ্টোকাৰেন্সী শব্দটো…

যৌন কেলেংকাৰিয়ে জোকাৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়া

টি ২০ বিশ্বকাপ বিজয়ৰ পাছত যৌন কেলেংকাৰিয়ে জোকাৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতক ৷ এনে বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত পদত্যাগ কৰিবগীয়া হৈছে টেষ্ট দলৰ অধিনায়ক টিম পেনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক মহিলা কৰ্মীয়ে টিম পেনৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ…

২৪ বছৰ বয়সতে বিয়াত বহিবলৈ বাধ্য হ’ল নেকি মালালা ?

বিশ্বজুৰি এটা চৰ্চাৰ বিষয় হৈ পৰিছে নোবেল বিজয়ী মালালাৰ বিয়া ৷ যোৱা ৯ নৱেম্বৰত ২৪ বছৰীয়া মালালাৰ নিকাহ সম্পন্ন হয় অছৰ মালিকৰ সৈতে ৷ কিন্তু কিয় ইমান কম বয়সতে মালালা বিয়াত বহিব লগীয়া হ’ল ? এই বিষয়টো লৈ চৰ্চা অব্যাহত…

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷…

ক’ৰোনা : ৮৫ শতাংশই ল’লে ভেকছিন , তাৰ পাছতো এদিনত আক্ৰান্ত সৰ্বাধিক লোক

কোভিডৰ নতুন ঢৌয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইউৰোপত ৷ ৰাছিয়াত যোৱা এটা মাহত ক’ৰোনাত আক্ৰান্ত হৈ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ জাৰ্মানীৰ অৱস্থাও সংকটজনক ৷ জাৰ্মান চৰকাৰে আৰু এক লাখ লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থা,…

ভাৰতীয় যুৱতীক বিয়া কৰোৱা বাবেও হাছান আলীক আক্ৰমণ , ছামিয়াক মৃত্যুৰ ভাবুকি

পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হ’ল কিন্তু পাকিস্তানীৰ খঙ এতিয়াও কমা নাই ৷ বিশেষকৈ ১৯ তম অভাৰত মেথিউ ৱেডৰ কেচ মিছ কৰা হাছান আলীৰ বিৰুদ্ধে গৰজিয়েই আছে পাকিস্তানী ক্ৰিকেট সমৰ্থকসকল ৷ প্ৰথমতে তেওক ছিয়া মুছলমান হিচাপে দুৰ্ঘোৰ গালি গালাজ কৰা হ’ল…