Category বিশ্ব

কিয় বাজিছে তৃতীয় বিশ্বযুদ্ধৰ দামামা ?

তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজিছে বিশ্বত ৷ যিকোনো মুহূৰ্ততে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে ইউৰোপ ৷ ইউক্ৰেইন সীমান্তত ৰুছ সেনাৰ তৎপৰতাই তাৰেই আগজাননী বহন কৰিছে ৷ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ব্লাডিমিৰ পুটিনে যুদ্ধ নিবিচাৰে বুলি ঘোষণা কৰিছে যদিও আমেৰিকা আৰু ইউৰোপে এই কথা বিশ্বাস কৰিব…

বলেৰে নহয়,চলেৰে ইউক্ৰেইন দখল কৰিব নেকি ৰাছিয়াই?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷মংগলবাৰে ইউক্ৰেইন সীমান্ত আগুৰি ধৰিছিল ৰাছিয়াই৷ৰাছিয়াৰ বিশাল সৈন্য বাহিনী,যুদ্ধ টেংকাৰ আৰু যুদ্ধ অস্ত্ৰ ইউক্ৰেইন সীমান্তত দেখা পোৱা গৈছিল চেটেলাইত ইমেজত৷ ৰাছিয়াৰ আক্ৰমণ নিশ্চিত হৈ পৰাত ইউক্ৰেইন ত্যাগ কৰিবলৈ নিজ দেশৰ নাগৰিকক আহ্বান জনাইছিল ভাৰতকে ধৰি বিশ্বৰ ২০ খনৰো…

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ মূল্য আনুমানিক ৮৭.৫ বিলিয়ন ডলাৰ। কভি’ড…

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানীৰ নাম

শেহতীয়া বৰ্ষবোৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সমৃদ্ধিশালী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত। আদানী গ্রুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ নাম আজি প্ৰকাশ পায় এই তালিকাত। আনহাতে মুকেশ আম্বানী আটাইতকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ ১১ নম্বৰ স্থানত আছে। বিগত ২০২১ বৰ্ষৰ…

শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)

বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান। ফেচবুকৰ ইতিহাসত প্ৰথমবাৰলৈ হ্ৰাস পাইছে ব্যৱহাৰকাৰীৰ…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ বিৰুদ্ধে চীনা কমিউনিষ্ট পাৰ্টিয়ে কৰা মানৱ অধিকাৰ…

‘নিওকোভ’ আহিছে : কিমান ভয়াৱহ ‘নিওকোভ’?

কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ…

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত সংক্ৰমিত হৈছে। ইয়াৰে ৬…