Category বিশ্ব

পশ্চিমৰ দেশৰ লগত কোনো সম্পৰ্ক নাৰাখে ৰাছিয়াই !

পশ্চিমীয়া দেশৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে ৰাছিয়াই ৷ আমেৰিকা – ইউৰোপিয়ান ইউনিয়নকে ধৰি কেবাখনো পশ্চিমীয়া ৰাষ্ট্ৰই ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দমিত্ৰী মেদভদেভে ৷ তেও কয়…

এজন গুপ্তচৰ কেনেকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ’ল ?

বিশ্ববাসী আহ্বান আবেদন নেওচি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ যুদ্ধত কোনোবাই বাধা দিব বিচাৰিলেই যিকোনো পৰিস্থিতিলৈ যোৱাৰ হুংকাৰ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷ সমগ্ৰ বিশ্বক আতংকগ্ৰস্থ কৰি ৰখা কোন এই ব্লাডিমিৰ পুটিন ? ১৯৪৪ চন ৷ দ্বিতীয়…

সংকটত দেশ : বন্দুক লৈ নাগৰিক নামিছে ৰাজপথত

যুদ্ধৰ তৃতীয়টো দিনত ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৷ কিয়েভৰ আশে পাশে ইউক্ৰেইনৰ সৈনিক আৰু ৰাছিয়ান সৈনিকৰ মাজত তয়াময়া যুদ্ধ অব্যাহত আছে ৷ মাতৃভূমিৰ সংকটৰ সময়ত কিয়েভত সাধাৰণ নাগৰিকেও হাতত বন্দুক লৈ ৰাজপথত নামি পৰা দেখা গৈছে ৷…

আমেৰিকাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

অবিৰাম যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনষ্কিয়ে নাকচ কৰিছে আমেৰিকাৰ প্ৰস্তাৱ ৷ আমেৰিকাই জেলেনস্কিক দেশৰ পৰা বাহিৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে কয় যে ইয়াত যুদ্ধ চলিছে ৷ আমাক অস্ত্ৰ শস্ত্ৰৰ দৰকাৰ ৷ ভ্ৰমণৰ…

ইউক্ৰেইনৰ ৰাজধানীত আৰু দুটাকৈ মিছাইল আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আজি পুৱাই দুটাকৈ মিছাইল আক্ৰমণ সংঘটিত হয় ৷ ছোচিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিওত দেখা গৈছে যে এটা মিছাইলে আবাসিক অট্টালিকাত আক্ৰমণ কৰিছে ৷ তাৰ মাজতে ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ দক্ষিণত থকা চহৰ মেলিতোপোল চহৰ দখল কৰাৰ খবৰ…

আজি কি ঘটিছে ইউক্ৰেইনত ?

• ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰত নিজৰ এটা ভিডিও পোষ্ট কৰি ঘোষণা কৰিছে যে তেওলোকে অস্ত্ৰ সম্বৰণ নকৰে ৷ • ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত অব্যাহত আছে যুদ্ধ ৷ • শণিবাৰে কিয়েভত কেবাটাও বিস্ফোৰণ সংঘটিত হয় ৷ • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত…

‘ৰাছিয়াৰ সন্মুখত আমাক অকলে এৰি দিয়া হ’ল৷ ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাৰ লগত কোনো নাই৷’

ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ সৈতে যুজিবলৈ সাজু থকা,কাকোয়েই আমি দেখা নাই৷এই গুৰুত্বৰ আৰু আবেগিক অভিযোগ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ৷বৃহস্পতিবাৰে আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷এই আক্ৰমণত এতিয়ালৈ ১৩৭ জন ইউক্ৰেনৰ নাগৰিকৰ মৃত্যু হৈছে৷ৰাছিয়াৰ আক্ৰমণৰ পূর্বে আমেৰিকাকে আদি কৰি পশ্চিমীয়া…

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা এইগৰাকী ৰাজনীতিকে এতিয়া ৪৫ মিলিয়ন জনতাৰ দেশখনক ৰাছিয়াৰ কবলৰ পৰা ৰক্ষা…