যুদ্ধৰ সামৰণি পৰিবনে :আলোচনাৰ মেজত ইউক্ৰেইন – ৰাছিয়া

পাঁচটা দিনৰ নেৰানেপেৰা যুদ্ধৰ পাছত আৰম্ভ হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া ৷ যুদ্ধৰ সামৰণি পেলাবলৈ বেলাৰুছত দুয়োখন দেশৰ প্ৰতিনিধি আলোচনাত মিলিত হৈছে ৷ এই আলোচনা সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে এই আলোচনা সফল হোৱাৰ কোনো আশা নাই…





