Category বিশ্ব

চীনৰ হেকাৰে কেনেকৈ মুম্বাইক ১২ ঘন্টা আন্ধাৰত ডুবাই ৰাখিছিল?

চীনৰ হেকাৰে কেনেকৈ মুম্বাইক ১২ ঘন্টা আন্ধাৰত ডুবাই ৰাখিছিল?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

দেশ দুখীয়া হৈছে, কেনেকৈ ধনী হৈছে বিজেপি আৰু আদানী?

আজিৰ ৰাউণ্ড দ্য ক্লকত আছে তিনিটা বিশেষ ডাঙৰ খবৰ৷ ইয়াৰে দুটা খবৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিসন্দেহে অতি ভাল আৰু গৌৰবৰ খবৰ৷ তৃতীয়টো খবৰ দেশৰ বাবেই বেয়া খবৰ৷ চাওঁক ৰাউণ্ড দ্য ক্লক৷-  

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ পাছত ৯০ দিনৰ ভিতৰত নিৰ্বাচন…

চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো

ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷ জনবিক্ষোভ চৰম পৰ্যায়ত…

ফাল্গুনী পাঠকে লাভ কৰিলে গ্ৰেমী সন্মান

বিগত ৰবিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত অনুষ্ঠিত ৬৪তম গ্ৰেমী এৱাৰ্ড অনুষ্ঠানত কণ্ঠশিল্পী ফাল্গুনী পাঠকক বঁটা প্ৰদান কৰা হয়। সংগীত শিল্পী এ আৰ ৰহমানো এই অনুষ্ঠানত উপস্থিত থাকে পুত্ৰ আমিনৰ সতে। তাৰোপৰি পাকিস্তানৰ কণ্ঠশিল্পী আৰুজ আফটাবে তেওঁৰ গীত ‘মহব্বত’ৰ বাবে প্ৰথমবাৰৰ…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে…

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই অনুষ্ঠানত। এই অস্কাৰ বঁটা…

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে সমগ্র বিশ্ববাসীকে হতভম্ব কৰি ঘোষণা কৰিলে এই সিদ্ধান্ত। উল্লেখ্য যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল কৰিছিল…

ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ

চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ নবীনৰ। বজাৰ কৰিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত হোৱা বোমা আক্ৰমণত মৃত্যু হৈছিল ছাত্ৰ গৰাকীৰ। নবীন ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত মৃত্যু হোৱা প্ৰথমজন ভাৰতীয়। সোমাবাৰে…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা গৈছে।…