ফাল্গুনী পাঠকে লাভ কৰিলে গ্ৰেমী সন্মান

Share This Article

বিগত ৰবিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত অনুষ্ঠিত ৬৪তম গ্ৰেমী এৱাৰ্ড অনুষ্ঠানত কণ্ঠশিল্পী ফাল্গুনী পাঠকক বঁটা প্ৰদান কৰা হয়। সংগীত শিল্পী এ আৰ ৰহমানো এই অনুষ্ঠানত উপস্থিত থাকে পুত্ৰ আমিনৰ সতে।
তাৰোপৰি পাকিস্তানৰ কণ্ঠশিল্পী আৰুজ আফটাবে তেওঁৰ গীত ‘মহব্বত’ৰ বাবে প্ৰথমবাৰৰ বাবে লাভ কৰে গ্ৰেমী সন্মান।
লগতে ভাৰতীয় মূলৰ আমেৰিকাৰ সংগীত শিল্পী ফাল্গুনী শ্বাহ ওৰফে ‘ফালু’ৱে তেওঁৰ গীত ‘A colourful world’ ৰ বাবে লাভ কৰে গ্ৰেমী সন্মান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.