চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো

Share This Article

ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷ জনবিক্ষোভ চৰম পৰ্যায়ত উপনীত হৈছে ৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অৱশেষত বিৰোধীকো চৰকৰত চামিল হোৱাৰ আহ্বান জনাইছে ৰাষ্ট্ৰপতিয়ে ৷কি ঘটিছে শ্ৰীলংকাত , চাও আহক দেশ দুনীয়াৰ এই বিশেষ প্ৰতিবেদনত –

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.