ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ

Share This Article

চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ নবীনৰ। বজাৰ কৰিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত হোৱা বোমা আক্ৰমণত মৃত্যু হৈছিল ছাত্ৰ গৰাকীৰ।
নবীন ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত মৃত্যু হোৱা প্ৰথমজন ভাৰতীয়।
সোমাবাৰে ছাত্ৰ গৰাকীৰ নশ্বৰ দেহ কৰ্ণাটকৰ হাৱেৰি জিলাৰ নিজ বাসগৃহলৈ অনা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.