মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

Share This Article

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা নামি পৰিছে ৰাজপথত ৷ হয় , আমি উল্লেখ কৰিছো শ্ৰীলংকাৰ কথা ৷ ভাৰতৰ চুবুৰীয়া দেশখন সৰ্বকালৰ আৰ্থিক দুৰাৱস্থাৰ সন্মুখীন হৈছে ৷ কি ঘটিছে শ্ৰীলংকাত চাওঁক দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত –

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.