Category বিশ্ব

যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?

এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ মন্ত্ৰীৰ পদত্যাগ৷বিৰোধীৰ দাবী পদত্যাগ…

কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?

কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক শ্ৰদ্ধা জনাই আজি দেশবাসীয়ে পালন…

‘দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত নুপূৰ শৰ্মাই’ উচ্চতম ন্যায়ালয়

দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ দিল্লীলৈ স্থানান্তৰিত কৰাৰ আৱেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰ বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাক।  

ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ।

ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ। সোমবাৰে হোৱা এই আক্ৰমণৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। য’ত ১৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।  

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ…

বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ?

বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা নিলম্বিত…

ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ?

  ইছলামধৰ্মী ৰাষ্ট্ৰৰ হেঁচাত কিয় বিজেপিয়ে নিজকে নিজে দিব লগা হল ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণপত্ৰ? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ? ‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত ৷…

বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?

বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ? দান নে ঠিকা? বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?