কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

Share This Article

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ পাছত ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ নতুন অন্তৰ্ৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিয়োগ নোহোৱালৈ ইমৰান খানকে চৰকাৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে ৷ কিন্তু কিয় ইমৰান খান অনাস্থাৰ সন্মুখীন হ’বলগীয়া হ’ল , কিয় সহযোগী দলসমূহ ইমৰান খানৰ পৰা আঁতৰি গ’ল, সেয়া আলোচনা কৰিবলৈ লৈছো দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত –

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.