ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

Share This Article

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য সিন্ধিয়া , কিৰেন ৰিজিজু আৰু ভি কে সিঙক আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী চাৰিগৰাকীয়ে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহত বাহৰ পাতি এই অভিযানৰ তদাৰক কৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.