সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই। ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস। ইউক্রেনৰ ৰাজধানী কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন। ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন। এই কথা সদৰি কৰিছে ইউক্রেনে।

Leave A Reply

Your email address will not be published.